Evangelism and Spiritual Warfare, Assamese Mentor Guide
/ 1 1
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
৩) এই পাঠে প্ৰচাৰ কাৰ্য্ য আৰু আধ্যাত্মিক যুদ্ধৰ বিষয়ে একৰ পৰা তিনিটা মূল নীতি বা অন্তৰ্দৃষ্টিৰ ৰূপৰেখা প্ৰস্তুত কৰক। ৪) নিম্নলিখিত বিষয়ব�োৰৰ এটা বা একাধিক বিষয়ৰ সৈতে এটা বা কিছুমান বা সকল�োব�োৰ নীতি কেনেদৰে সম্ পৰ্কিত হ’ব পাৰে, সেই বিষয়ে কওঁক: ক) আপ�োনাৰ ব্যক্তিগত আধ্যাত্মিকতাত চলক আৰু খ্ৰীষ্টৰ সৈতে খ�োজ কাঢ়ক খ) আপ�োনাৰ স্থানীয় গীৰ্ জাত আপ�োনাৰ জীৱন আৰু পৰিচর্যা গ) আপ�োনাৰ সম্প্ৰদায় আৰু সাধাৰণ সমাজত পৰিস্থিতি বা প্ৰত্যাহ্ বান সহায় বা নিৰ্ দেশনা হিচাপে, অনুগ্ৰহ কৰি পাঠ্যক্ ৰমৰ পাঠ আৰু /বা ভাষ্যব�োৰ পঢ়িবলৈ মুক্তভাবে অনুভৱ কৰক, আৰু সেইব�োৰৰ পৰা আপ�োনাৰ কামত অন্তৰ্দৃষ্টি একত্ৰিত কৰক। নিশ্চিত কৰিব যে আপুনি যদি আন কাৰ�োবাৰ অন্তৰ্দৃষ্টি ধাৰ লৈছে বা নিৰ্মাণ কৰে, তেন্তে আপুনি কাক কৃতিত্ব দিব। পাঠত ৰেফাৰেন্স, পাদটীকা, বা এণ্ডন�োট ব্যৱহাৰ কৰক। আপুনি আপ�োনাৰ প্ৰসংগব�োৰ উল্লেখ কৰিবলৈ বাছনি কৰা বিষয় যিক�োন�ো ধৰণে গ্ৰহণয�োগ্য হ’ব, যেতিয়ালৈকে আপুনি এইদৰে উল্লেখ কৰিবলৈ বিচাৰিব- (১) আপ�োনাৰ সমগ্ৰ কাকতত একেৰাহে কেৱল এটা উপায় ব্যৱহাৰ কৰক, আৰু (২) আপুনি আন কাৰ�োবাৰ ধাৰণাব�োৰ যদি ব্যৱাৰ কৰিছে, তেনেহলে ক’ত ব্যৱহাৰ কৰিছে, সেয়া উল্লেখ কৰক৷ আৰু ইয়াৰ বাবে তেওঁল�োকক কৃতিত্ব প্ৰদান কৰা হ’ব। (অধিক তথ্যৰ বাবে আপ�োনাৰ কাম, য’ত নথিভুক্ত কৰা হৈছে; সেয়া চাওক৷ পৰিশিষ্টত ক্ৰেডিটৰ বাবে য’ত ক্ৰেডিট প্ৰাপ্য তাত আপ�োনাক ক্ৰেডিট দিয়াত সহায় কৰিবলৈ এক নিৰ্ দেশনা দিয়া আছে।) যেতিয়া পুনৰ মিলিত হ‘বলৈ উভতি আহিম, তেতিয়া নিম্নোল্লেখিত মানদণ্ডৰ এটা বাখ্যামূলক প্ৰকল্প নিশ্চিতভাবে প্ৰস্তুত কৰিব : • ইয়াক নীতিগতভাৱে লিখা বা টাইপ কৰা হ’ব লাগে। • এইট�ো হ’ব পাৰে ওপৰৰ এটা পাঠাংশৰ অধ্যয়ন। • ইয়াক সময়মতে ঘূৰাই দিয়া হ’ব (পলম নহয়)। • ইয়াৰ দৈৰ্ঘ্ য ৫ (পাঁচ) পৃষ্ঠাৰ হ’ব লাগে। • ই ওপৰত দিয়া ৰূ পৰেখা অনুসৰণ কৰা হ’ব লাগে যাতে স্ পষ্টভাৱে পাঠকে অনুসৰণ কৰিব পাৰে। • ই দেখুৱায় যে আজিৰ জীৱন আৰু পৰিচর্যাৰ সৈতে পাঠাংশট�ো কেনেদৰে সম্ পৰ্কিত হৈছে৷ উল্লেখ কৰা নিৰ্ দেশনাব�োৰে আপ�োনাক ভয় খাবলৈ নিদিব; এইট�ো এটা বাইবেল অধ্যয়ন প্ৰকল্প! আপুনি নিজৰ কাকতত কেৱল এইট�ো দেখুৱাব লাগিব যে আপুনি পাঠাংশট�ো অধ্যয়ন কৰিছিল, ইয়াৰ অৰ্থব�োৰৰ সংক্ষিপ্ত ৰূ প দিছিল, লগতে ইয়াৰ পৰা কেইটামান গু ৰু ত্বপূৰ্ণ নীতি উলিয়াই লৈছিল, আৰু সেইব�োৰ আপ�োনাৰ নিজৰ জীৱন আৰু পৰিচর্যাৰ সৈতে সম্ পৰ্কিত কৰিছিল।
Made with FlippingBook Digital Publishing Software