Evangelism and Spiritual Warfare, Assamese Mentor Guide
1 1 2 /
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
ঘ) চতুৰ্থপদ্ধতি : তেওঁল�োকৰ সৈতে ব্যক্তিগত ভাবে চিঠিপত্ৰ প্ৰদান কৰা, ১ য�োহন ৫ : ১১-১৩
১) আমাৰ পত্ৰসমূহ অনুসৰণমূলক সামগ্ৰী হিচাপে
২) বিশ্বাসীসকলক তেওঁল�োকৰ বিশেষ প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিবলৈ লক্ষ্য প্ৰকাশ কৰা
ক. ১ পিতৰ ৫ : ১২
খ. ১ য�োহন ২ : ১
৩) আমাৰ পত্ৰসমূহে নিজেই বিভিন্ন ধৰণৰ অনুসৰণৰ পদ্ধতি আৰু সামগ্ৰীৰ বাবে এক যুক্তি আগবঢ়ায়।
4
ঙ) পঞ্চম পদ্ধতি : তেওঁল�োকৰ ওপৰত নেতা নিযুক্তি দিয়া, তীত ১ : ৪-৫
১) বিশ্বাসীসকলক ঈশ্বৰভক্ত মেৰপালকৰ সৈতে উপলব্ধ গীৰ্ জা ৰ লগত সংয�োগ কৰাট�োৱেই হৈছে সৰ্ বোত্তম অনুসৰণ কৰা পদ্ধতি।
ক. পাঁচনিৰ কৰ্ম ১৪ : ২৩
খ. ২ তীমথিয় ২ : ২
২) পদ্ধতি যিয়েই নহওক কিয়, নতুন খ্ৰীষ্টানসকলক সুদৃঢ় বিশ্বাসীসকলৰ সুস্থ শৰীৰ স্বৰু প মণ্ডলীত অন্তর্ভুক্ত কৰাৰ সৈতে জড় িত নহ’লে, তেওঁল�োক সফল হ�োৱাৰ সম্ভাৱনা ক্ষীণ।
Made with FlippingBook Digital Publishing Software