Evangelism and Spiritual Warfare, Assamese Mentor Guide

1 1 4 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

১) অনুসৰণ কৰাৰ অৰ্থ কি? নতুন বিশ্বাসীসকলক যিমান পাৰি, সিমান স�োনকালে গীৰ্ জাত অন্তৰ্ভুক্ত কৰা ধাৰণাট�োৰ সৈতে অনুসৰণ কৰাৰ সম্ পৰ্ক কি? ২) হেৰুৱা ল�োকসকলৰ সৈতে শুভবাৰ্তা প্ৰচাৰ বা ভাগ-বতৰা কৰাত মহান আদেশে (অৰ্থাৎ, মথি ২৮ : ১৮-২০) কেনেকৈ কি ধৰণৰ অনুসৰণ কৰাৰ কথা ধৰি লৈছে? মহান আদেশৰ প�োহৰত অনুসৰণ কৰাৰ ক�োন�ো ব্যৱস্থা নকৰাকৈ শুভবার্তা প্ৰচাৰ কৰাট�ো কিয় গ্ৰহণয�োগ্য নহয়? ৩) নৈতিক উন্নতি সাধন প্ ৰসংট�োৰ অৰ্থ কি, আৰু এই ধাৰণাট�ো নতুন খ্ ৰীষ্ট বিশ্বাসীসকলৰ প্ৰতি ল�োৱা সিদ্ধান্ত “যিমান পাৰি স�োনকালে অনুসৰণ কৰা” ধাৰণাট�োৰ সৈতে কেনেকৈ জড় িত? ৪) গীৰ্ জা ৰ মংগলৰ বাবে সকল�ো বিশ্বাসীক পবিত্ৰ আত্ মাৰ বৰদান বা উপহাৰ দিয়া হৈছে বুলি ক�োৱা ধাৰণাট�োৱে নতুন খ্ৰীষ্ট বিশ্বাসীসকলক যিমান স�োনকালে পাৰি স্থানীয় গীৰ্ জাত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাক কেনেকৈ বুজায়? ৫) নতুনকৈ অহা খ্ৰীষ্টৰ বিশ্বাসীসকলে অনুতাপ কৰিবলৈ ল�োৱা সিদ্ধান্তৰ লগে লগে অনুসৰণ কৰিবলগীয়া আৰু যীচু খ্ৰীষ্টক পুনৰুত্থিত প্ৰভু হিচাপে বিশ্বাস কৰাৰ অন্ততঃ তিনিটা কাৰণ কি কি? ৬) নতুন বিশ্বাসীৰ বাবে আধ্যাত্মিক পিতৃ-মাতৃ আৰু মেৰপালকৰ পৰিচর্যা কিয় ইমান গু ৰু ত্বপূৰ্ণ? পালকবিহীন খ্ৰীষ্টানসকলে প্ৰভুত লাভৱান হ’বনে? যদি হয়, কিয় হয় বা যদি নহয়, কিয় নহয়? ৭) নতুনকৈ অহা খ্ৰীষ্টিয় বিশ্বাসৰ ল�োকসকলক অনুসৰণ কৰাত পাঁচনিসকলৰ প্ৰাৰ্থনা আৰু তাৎক্ষণিক য�োগায�োগে কি ভূমিকা পালন কৰিছিল? ৮) পাঁচনিসকলে তেওঁল�োকৰ য�োগেদি নতুনকৈ খ্ৰীষ্টক বিশ্বাস কৰা ল�োকসকলৰ লগত চিঠি-পত্ৰৰে য�োগায�োগ ৰক্ষা কৰিবলৈ ব্যক্তিগত প্ৰতিনিধি পঠিয়াইছিল আৰু চিঠি লিখিছিল? নতুন বিশ্বাসীসকলৰ প্ৰতি থকা কি ভয়ে তেওঁল�োকক এই কাৰ্য্ যসমূহ কৰিবলৈ প্ৰেৰণা দিছিল? ৯) প্ৰতিখন নগৰত প্ৰভুত নতুনকৈ হ�োৱা বিশ্বাসী হ�োৱাসকলৰ মংগলৰ বাবে নেতা নিযুক্তি দিয়াট�ো শিষ্যসকলৰ বাবে কেনেকৈ ৰক্ষাকৱচ আছিল? ১০) পাঁচনিসকলে খ্ৰীষ্টত তেওঁল�োকৰ শুভবার্তা প্ৰচাৰৰ ধৰণট�ো পৰ্যবেক্ষণ কৰাৰ সময়ত আমি কি সুনিৰ্ দিষ্ট শিক্ষা লাভ কৰিব পাৰ�ো?

4

Made with FlippingBook Digital Publishing Software