Evangelism and Spiritual Warfare, Assamese Mentor Guide

1 1 8 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

ক. কলচীয় া ১ : ১৩

খ. ১ য�োহন ১ : ৫-২ : ২

৩) পবিত্ৰ আত্ মাৰ দ্বাৰা পথ প্ৰদৰ্শন আৰু বিজয়ৰ নিশ্চয়তা

ক. গালাতীয় া. ৫ : ১৬

খ. ইফিচীয় া. ৫ : ১৮

গ. ৰ�োমীয় া ৮ : ১-১৮

খ) ঈশ্বৰৰ সৈতে চলাৰ ওপৰত বাইবেলৰ শিক্ষা (খ্ৰীষ্টান জীৱনৰ অনুশাসন) আছে, ইফিচীয়া ৪ : ২০-২৪।

4

১) ঈশ্বৰৰ বাক্যৰ ওপৰত খাদ্য গ্ৰহণ কৰা, ২ তীম. ৩ : ১৬-১৭

ক. ঈশ্বৰৰ বাক্য শুনি প্ৰচাৰ কৰা, শিক্ষা দিয়া আৰু পঢ়া

খ. বাইবেলৰ মাজেৰে পঢ়া, প্ৰকাশিত বাক্য ১ : ৩

গ. শাস্ত্ৰীয় পদ মুখস্থ কৰা, গীত মালা. ১১৯ : ৯-১১

ঘ. বাইবেল অধ্যয়ন কৰা, ২ তীমথিয়. ২ : ১৫

ঙ. শাস্ত্ৰৰ ওপৰত ধ্যান, গীত . ১ : ১-৩

Made with FlippingBook Digital Publishing Software