Evangelism and Spiritual Warfare, Assamese Mentor Guide

1 3 2 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

নতুন বিশ্বাসীসকলক বাপ্তিস্ম আৰু সদস্যপদৰ দ্বাৰা তেওঁল�োকৰ বিশ্বাসক ৰাজহুৱাভাৱে দৃঢ় কৰাত সহায় কৰিব পাৰ�ো, খ্ৰীষ্টান জীৱনৰ মূল কথাব�োৰৰ বিষয়ে নিৰ্ দেশনা দিব পাৰ�ো, মেৰপালনৰ পৰিচর্যা আৰু তদাৰকী কৰা সেৱাৰ গুৰুত্ব শিকাব পাৰ�োঁ আৰু খ্ৰীষ্টৰ শৰীৰৰ অৱদানকাৰী সদস্য হিচাপে কাম কৰিবলৈ তেওঁল�োকক সজ্জিত কৰি অনুসৰণ কৰ�োঁ। সঁচাকৈয়ে, শু ভবাৰ্তা হৈছে বিশ্বাস কৰা প্ৰতিজন ব্যক্তিৰ পৰিত্ৰাণৰ বাবে ঈশ্বৰৰ শক্তি। যেতিয়া আমি আমাৰ সম্প্ৰদায়ত, আত্মাৰ নিৰ্ দেশনাত শুভবাৰ্তা ভাগ-বতৰা কৰ�োঁ, তেতিয়া ঈশ্বৰে আমাক সাহস আৰু স্পষ্টতা দিয়ক!

4

Made with FlippingBook Digital Publishing Software