Evangelism and Spiritual Warfare, Assamese Mentor Guide
/ 1 5 7
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
পৰিশিষ্ট ১৫ পৰিয়াল (Oikos) মূল উপাদান ৰেভা. ড. ডন ডেভিছ
•
ন
দ া
ঢ ঢ
প া
ৌ
আ
উ
ৰু
)
o s
স
i k
ম্ প
জৰীপ : ৪২,০০০ ল�োকে সুধিছিল : খ্ৰীষ্ট আৰু আপ�োনাৰ মণ্ডলীলৈ অহাৰ বাবে ক�োন বা কি বিষয় দায়ী আছিল : বিশেষ প্ৰয়োজন ��������������������������������������������১-২% ৱাক-ইন �������������������������������������������������������২-৩% (“ৱাক-ইন” এটা উপমা, ইয়ে ঈশ্বৰৰ ইচ্ ছা অনুসৰি নিজৰ জীৱন যাপন কৰা বুজায়। পালক ��������������������������������������������������������� ৫-৬% দর্শন কৰা ����������������������������������������������������১-২% দেওবাৰৰ বিদ্যালয় ����������������������������������������৪-৫% শুভবাৰ্তা প্ৰচাৰ কৰা সভা/ টিভিৰ কাৰ্যসূচী ���������������������������������������������১/২% গীৰ্ জা ৰ কাৰ্যসূচী ���������������������������������������������২-৩% বন্ধু বা আত্ মীয় ��������������������������������������৭৫-৯০%!! ~ গীৰ্ জা ৰ বৃদ্ধি, ইন. মনৰ�োভিয়া, চি এ (Church Growth, Inc. Monrovia, CA).
( O
ৰ্ ক
ৰ
ৰ
ৰ্ গ
বৃ
ব
ত্ ত
ল
য় া
ৰ
উ
ৰ ি
প
প
সাধাৰণ আত্ মীয় তাৰ সম্ পৰ্কৰ্ক পৰিয়ালৰ তাৎক্ষণিক, বৰ্ ধিত আৰু ত�োলনীয়া সন্তানৰ পদ ল�োৱা সদস্য চিনাকি আৰু বন্ ধুত্ ব তাৎপৰ্যপূৰ্ণ আন ল�োকসকল, সান্নিধ্যত থকা ওচৰ-চুবুৰীয়া, “বন্ধুৰ বন্ধু”। সহয�োগী আৰু সংয�োগ কৰ্মক্ষেত্ৰৰ সঙ্গী, বিশেষ স্বাৰ্থজনিত, জাতিগত, জাতীয়, সাংস্কৃতিক সম্ পৰ্ক
া দ
এ ট া
া ন
ক�ৌশলগতভাৱে শক্তিশালী
কম ভাবুকিপূৰ্ণ
ক�োন�ো “কল্ড কলিং” নাই। (প্ৰচাৰকাৰ্যত “Cold Calling” বুলিলে আপুনি নজনা মানুহৰ সৈতে শুভবাৰ্তা ভাগ বতৰা কৰাট�ো বুজাব পাৰে, যিট�ো প্ৰথাক “কল্ড কন্ টাক্ট ইভানজেলিজম” বুলিও ক�োৱা হয়। অচিনাকি মানুহৰ মাজত খ্ৰীষ্টৰ বাৰ্তা বিয়পাই দিয়াৰ এক উপায়।
সম্ পূ ৰ্ণৰূপে প্ৰাকৃতিক
বাইবেলৰ ভিত্তিত
ঐতিহাসিকভাৱে ফলপ্ ৰসূ
সম্ পৰ্কীয় ভাৱে গ্ ৰহণয�োগ্য
পুৰণি নিয়ম (OT) Oikos (পৰিয়ালবৰ্গ)গ “এটা ঘৰ বা পৰিয়ালত সাধাৰণতে পুৰু ষ, বিবাহিত মহিলা, অবিবাহিত কন্যা, উভয় লিংগৰ দাস, নাগৰিকত্ব নথকা ব্যক্তি আৰু ‘প্ৰবাসী’ বা আৱাসী বিদেশী শ্ৰমিক আদি চাৰিটা প্ৰজন্ম থাকে।” ~ হান্স ৱালটাৰ উলফ, পুৰণি নিয়মৰ সংকলন (Hans Walter Wolff, Anthology of the Old Testament). নতুন নিয়ম (NT)ত Oikos (পৰিয়ালবৰ্গ)গ। আমাৰ নতুন নিয়ম (NT)ত শুভবাৰ্ত া প্ৰচাৰ আৰু শিষ্য নিৰ্ম াণৰ আখ্যানসমূহক প্ৰায়ে তেওঁল�োকৰ পৰিয়ালবৰ্গ ৰ (oikos) ভিতৰৰ বিভিন্ন মানুহৰ সম্ পৰ্ কীয় য�োগসূত্ৰৰ প্ৰবাহক অনুসৰণ কৰি গঠিত হ�োৱা বুলি বৰ্ণ না কৰা হয়, অৰ্থ াৎ তেওঁল�োকে বাস কৰা অঞ্চলৰ আৰু তেওঁল�োকৰ বাসস্থানৰ সেই স্বাভাৱিক সংয�োগৰ ৰেখাব�োৰ গঠিত হৈছে (তুলনা কৰি চাওক মাৰ্ক ৫ : ১৯; লূক ১৯ : ৯; য�োহন ৪:৫৩; ১:৪১-৪৫, ইত্যাদি)। আন্দ্ৰিয় পৰা চিম�োনলৈ (য�োহন ১:৪১-৪৫), আৰু কৰ্ ণে লিয়াছ (পাঁচনিৰ কৰ্ম ১০-১১) আৰু ফিলিপিয়াৰ জেলৰ অধ্যক্ষ (পাঁচনিৰ কৰ্ম ১৬), এই দুয়োজনেই পৰিয়ালৰ য�োগেদি শুভবাৰ্ত া প্ৰচাৰ আৰু শিষ্যত্বৰ উল্লেখয�োগ্য ক্ ষেত্ ৰ।
নগৰীয়া দৰিদ্ৰসকলৰ মাজত Oikos (পৰিয়ালবর্গ)গ সংস্কৃতিৰ মাজত বৃহৎ পাৰ্থক্য থাকিলেও, আত্ মীয়তাৰ সম্ পৰ্ক, বিশেষ আগ্ৰহৰ গ�োট আৰু নগৰীয়া জনগাঠনিৰ মাজত পৰিয়ালৰ গঠন হয়, এইট�ো স্পষ্ট যে নগৰীয়াসকলে কেৱল ঘনিষ্ঠতা আৰু চুবুৰীৰ জৰিয়তে নহয়, বন্ধুত্ব, অন্যান্য সম্ পৰ্ক আৰু পৰিয়ালৰ জৰিয়তে সংয�োগৰ ভিত্তিত আনৰ সৈতে বহু বেছি সংয�োগ স্থাপন কৰে। চহৰীয়া দৰিদ্ৰ বাসিন্ দাসকলৰ ঘনিষ্ঠ বন্ধুসকল প্ৰায়ে চুবুৰীৰ ক্ষেত্ৰ সমূহত লগলাগি ওচৰ�োচৰিকৈ নাথাকিব পাৰে; পৰিয়াল আৰু বন্ধু-বান্ধৱীসকলেও হয়ত�ো নগৰৰ কলনিব�োৰত বাস কৰিব পাৰে, আনকি মাইলৰ দূৰত্বৰ ভিতৰত�ো বাস কৰিব পাৰে। এটা নিৰ্ দিষ্ট অঞ্চলৰ বাসিন্ দাসকলৰ মাজত সম্ পৰ্ক স্থাপনৰ সঠিক সংয�োগ অধ্যয়ন কৰিবলৈ সময় উলিওৱাট�োৱে চহৰৰ ভিতৰু ৱা অঞ্চল সমূহৰ প্ৰেক্ষাপটত শুভবার্তা প্ৰচাৰ কৰিবলৈ আৰু শিষ্য নিৰ্মাণৰ বাবে আটাইতকৈ ফলপ্ৰসূ ক�ৌশল নিৰ্ধাৰণ কৰাত অত্যন্ত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।
Made with FlippingBook Digital Publishing Software