Evangelism and Spiritual Warfare, Assamese Mentor Guide

1 6 0 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

পৰিশিষ্ট ১৮ আপ�োনাৰ কামৰ নথিভুক্ত কৰা য’ত সন্মান দিব লাগে, তাতে সন্মান দিবৰ বাবে সহায় কৰিবলৈ এটা সহায়ক পৰামর্শ দ্য আৰবান মিনিষ্ট্ৰী ইনষ্টিটিউত লেখা-চ�োৰ কৰা কার্টয �ো হ’ল আন এজন ব্যক্তিৰ ধাৰণাক উপযুক্ত সন্মান নিদিয়াকৈ আপ�োনাৰ নিজৰ ধাৰণা হিচাপে ব্যৱহাৰ কৰা। মানুহৰ বস্তু বা সম্ পত্তি চুৰ কৰাট�ো যিমান ভুল, শৈক্ষিক কামত মানুহৰ ধাৰণা চুৰি কৰাট�োও সিমানেই ভুল। আপুনি এই ধাৰণাব�োৰ কিতাপৰ লেখকৰ পৰা, আপুনি পঢ়া লেখাৰ পৰা বা সহপাঠীৰ পৰা আনিব পাৰে। লেখা-চ�োৰ কৰাৰ পৰা হাত সাৰিবলৈ উপায় হ’ল “ট�োকা” (পাঠ্য ট�োকা, ফুটন�োট, শেষ ট�োকা আদি) ব্যৱহাৰ কৰি উল্লেখ কৰা আৰু “উদ্ধৃত ৰচনা” অংশ এটা সাৱধানে ব্যৱহাৰ কৰা যাতে আপ�োনাৰ লেখাৰ ক�োনট�ো ধাৰণা আপুনি ভবা ধাৰণা, আৰু ক’ত, কেতিয় া আপুনি আন এজন ব্যক্তিৰ পৰা ধাৰণা আপ�োনাৰ লেখাত ধাৰলৈ লৈছে, সেইট�ো যাতে আপ�োনাৰ লেখা বা ৰচনা পঢ়া ল�োকসকলে জানিব পাৰে। যেতিয়াই আপুনি আন এজন ব্যক্তিৰ লেখা কামৰ পৰা অহা ধাৰণা বা তথ্য ব্যৱহাৰ কৰে, তেতিয়াই আপুনি কাগজ এখনত উদ্ধৃতিৰ উল্লেখ কৰি লিখাৰ প্ৰয়োজন হয়। সকল�ো উদ্ধৃতি উল্লেখ কৰিবলৈ দুটা অংশ জড় িত : • যিব�োৰ ট�োকা বাহিৰৰ উৎসৰ পৰা আনিছিল, সেইব�োৰ আপ�োনাৰ লিখা কাগজৰ মূখ্য অংশত থকা প্ৰতিট�ো উদ্ধৃতিৰ কাষত ৰাখক৷ • আপুনি ব্যৱহাৰ কৰা উৎসসমূহৰ বিষয়ে যিব�োৰ তথ্য দিয়ে, সেইব�োৰ আপ�োনাৰ গৱেষণা পত্ৰ বা প্ৰকল্প কামৰ শেষত এটা “উদ্ধৃত লেখাকাম” ৰ পৃষ্ঠা বুলি সংলগ্ন কৰক৷ তিনিটা মূল ধৰণৰ ট�োকা : বন্ধনীৰ ট�োকা, ফুটন�োট আৰু শেষ ট�োকা। দ্য আৰ্বান মিনিষ্ট্ৰী ইনষ্টিটিউটত আমি ছাত্ৰ-ছাত্ৰীসকলক বন্ধনীৰ ট�োকা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিওঁ। এই ট�োকাসমূহত লেখকে লেখাৰ শেষত লিখকৰ নাম(সমূহ), কিতাপখন প্ৰকাশৰ তাৰিখ আৰু আপুনি তথ্য প�োৱা পৃষ্ঠাৰ নম্বৰ(সমূহ) দিয়া হয়। উদাহৰণ: আদিপুস্ তক ১৪ : ১-২৪ পদৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিলে এইট�ো স্বীকাৰ কৰা গুৰু ত্বপূৰ্ণ যে বাইবেলৰ কাহিনীত “য’ত সংলাপৰ প্ৰথম প্ৰৱৰ্নত কৰা হয়, সেই ঠাইখন বক্তাৰ চৰিত্ ৰ প্ ৰকাশ কৰাৰ এক গু ৰু ত্ বপূৰ্ণ মুহূৰ্ ত হ’ব...” (কাইজাৰ আৰু ছিলভা ১৯৯৪, ৭৩)। আশীৰ্ বা দৰ বাক্য ক�োৱা মল্ কীচেদকৰ চৰিত্ৰৰ ক্ ষেত্ৰত এই কথাট�ো নিশ্ চয় সত্য। মল্ কিচেদকক ইতিবাচক আধ্যাত্মিক প্ৰভাৱ হিচাপে চিনাক্ত কৰাট�ো তেওঁ চেলেমৰ ৰজা হ�োৱাৰ বাবে আৰু অধিক শক্তিশালী কৰিছে, যিহেতু চেলেমৰ অৰ্থ হৈছে “নিৰাপদ, শান্তিত থকা” (ৱাইজমেন ১৯৯৬, ১০৪৫)।

লেখা-চ�োৰ কৰা কার্যয এৰাই চলা

উদ্ধৃতি প্ৰসংগ ব্যৱহাৰ কৰা

আপ�োনাৰ কাগজত ট�োকাসমূহ ব্যৱহাৰ কৰক

Made with FlippingBook Digital Publishing Software