Evangelism and Spiritual Warfare, Assamese Mentor Guide

/ 1 7 1

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

শিক্ষণট�ো কেনেকৈ প্ৰয়োগ কৰিব লাগে তাৰ পৰিৱৰ্ তে বিষয়বস্তুট�ো নিজেই বুজি প�োৱাৰ ওপৰত গুৰুত্ব দিব লাগে। আবেদনৰ প্ৰশ্নসমূহ আগন্তুক সংয�োগ বিভাগৰ কেন্ দ্ৰবিন্ দু হ’ব। ক্ষন্তেক শ্ৰেণী বিৰতি দিয়ক আৰু তাৰ পিছত দ্বিতীয় ভিডিঅ’ ছেগমেণ্টৰ সৈতে এই প্ৰক্ৰিয়াট�ো পুনৰাবৃত্তি কৰক।

• মূল ধাৰণাসমূহৰ সাৰাংশ • ছাত্ৰৰ প্ৰয়োগ আৰু প্ৰভাৱ

সংয�োগ অংশট�ো শিকাওক

• পৰিস্থিতি অধ্যয়ন (Case Studies) • গৱেষণামূলক পাঠৰ পুনৰ বিৱৰণ • সম্পদ সমূহ আৰু গ্ৰন্থতালিকা • পৰিচর্যাৰ সংয�োগ • পৰামৰ্শ আৰু প্ ৰাৰ্থনা • শাস্ত্ৰপদ (বাইবেলৰ পদ) মুখস্থ কৰা • নিযুক্ত কৰা বাইবেলৰ পদ পাঠ কৰা • অন্যান্য নিযুক্তকর্ম

ছাত্ ৰ-ছাত্ ৰীসকলক আগন্তুক নিযুক্তিৰ বিষয়ে স�োঁৱৰাই দিয়া

• প্ৰাৰ্থনাৰে সামৰণি কৰক • শ্ৰেণীৰ পিছত ছাত্ৰ-ছাত্ৰীৰ যিক�োন�ো ব্যক্তিগত প্ৰশ্ন বা প্ৰয়োজনীয় যিক�োন�ো বিষয়ৰ বাবে উপলব্ধ হওক

সামৰণি পাঠ

“মডিউল পাঠৰ ৰূপৰেখা.”ৰ নিশ্ চয়তাৰ বাবে অনুগ্ৰহ কৰি পৰৱৰ্তী পৃষ্ঠাট�ো চাওক কুইজ, চূড়ান্ত পৰীক্ষা, আৰু তেওঁল�োকৰ উত্তৰৰ চাবিকাঠি এই কিতাপখনৰ পিছফালে আছে।.

Made with FlippingBook Digital Publishing Software