Evangelism and Spiritual Warfare, Assamese Mentor Guide
1 8 4 /
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
এতিয়া ছাত্ৰ-ছাত্ ৰীসকলক সংলাপৰূ পত চিন্তা কৰিবলৈ সহায় কৰাত মন�োনিৱেশ কৰক, অৰ্থাৎ দুটা প্ৰশংসাসূচক সত্যৰ ওপৰত গুৰু ত্ব দিয়াৰ ক্ষমতাৰে যিব�োৰ অপ্ৰয়োজনীয়ভাৱে ইট�োৱে সিট�োৰ পাৰ্শ্বৱৰ্তী (পিট এগেইনষ্ট) হ’ব পাৰে। যীচুৱে যেনেকৈ মানুহ আৰু ঐশ্বৰিক, এই দুয়োট া দিশতে দুয়োট াৰে বিষয়ে শুভবার্তাৰ প্ৰেমৰ বাণী ঘ�োষণা আৰু প্ৰদৰ্শন কৰিছিল। এই সত্যব�োৰে কেতিয়াও ইজনে সিজনৰ বিৰু দ্ধে যুঁজ নকৰে, সদায় ইট�োৱে সিট�োক সমৰ্থন কৰে আৰু ইট�োৱে সিট�োৰ পৰিপূৰক। ছাত্ৰ-ছাত্ৰীসকলে শুভবার্তা প্ৰচাৰৰ জটিলতাসমূহ বুজিবলৈ হ’লে, তেওঁল�োকে সংলাপমূলকভাৱে চিন্তা কৰিব লাগিব; শুভবার্তাৰ প্ৰচাৰ কার্য ব্যক্তিগত আৰু ৰাজহুৱা, এই দুয়োট া দিশত, ব্যক্তিগত আৰু সাম্প্ৰদায়িক, মেধাৱী আৰু সাধাৰণ মানুহ আদিৰ দ্বাৰা দেখুওৱা আৰু ক�োৱা হব লাগে। নাইচিন ক্ৰিড বা ধর্মতত্বক কেপষ্টোন পাঠ্যক্ৰমৰ ভিতৰত এটা কঠিন প্ৰচাৰমূখী ধৰ্মতত্ত্বৰ ভিত্তি আৰু অৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। আমি বিশ্বাস কৰ�োঁ যে ই ঐতিহাসিক গতানুগতিক বিশ্বাসৰ এক কঠিন সাৰাংশ, আৰু ইয়াক শতিকাজুৰি গীৰ্ জাত নেতা নিযুক্তিৰ মাপকাঠী হিচাপে ব্যৱহাৰ কৰা হৈছিল। অৰ্থাৎ যদি নেতাসকলক শাস্ত্ৰৰ পৰা নাইচিন ধৰ্মমতক ৰক্ষা কৰাৰ ক্ষমতা থকা দেখা যায়, তেন্তে তেওঁল�োকক গীৰ্ জা ৰ ভিতৰত অৰ্ডাইনেবল আৰু কৰ্তৃত্বশীল বুলি গণ্য কৰা হৈছিল। যীচুৰ বিষয় ে ধর্মতত্ব (ক্ ৰিড)ৰ ৰূ পৰেখাই শু ভবার্তা প্ৰচাৰ আৰু পৰিচৰ্যাৰ প্ৰশ্নট�োক কেন্ দ্ৰবিন্ দু লৈ আনে। ধর্মতত্বৰ প্ৰকৃত খ্ৰীষ্টীয় অংশই খ্ৰীষ্টৰ ব্যক্তিত্ব আৰু কামৰ সম্ পূ ৰ্ণ, সমৃদ্ধ আৰু সংক্ষিপ্ত ৰূ পৰেখা প্ৰদান কৰে, আৰু সেয়েহে শু ভবাৰ্তাৰ বস্তুনিষ্ঠ ঐতিহাসিক ভেটি বুজিবলৈ এক কঠিন ৰূ পৰেখা প্ৰদান কৰে। যিসকলৰ সেৱাত হেৰু ৱা ল�োকসকলৰ মাজত শু ভবাৰ্তা উপস্ থাপন কৰা হ’ব, তেওঁল�োকৰ বাবে নাইচিন ধৰ্মমততকৈ বাইবেলৰ বাহিৰৰ আন এক�োৱেই নথি হিচাপে সহায় নকৰে বা অধিক দিশ নিৰ্ দেশনা প্ৰদান নকৰে। ইয়াত খ্ৰীষ্টৰ ব্যক্তিত্বক প্ৰাক-অৱতাৰৰ পৰা দ্বিতীয় আগমন আৰু অনন্ত ৰাজ্যলৈকে সামৰি ল�োৱা হৈছে আৰু ইয়াক সংক্ষিপ্ত আৰু স্পষ্টভাৱে কৰা হৈছে। আপ�োনাৰ ছাত্ৰ-ছাত্ৰীসকলক ধর্মতত্বক ধৰি ৰাখিবলৈ আৰু ৰক্ষা কৰিবলৈ সক্ষম কৰিলে, তেওঁল�োকক ঐতিহাসিক খ্ৰীষ্টান বিশ্বাস (শুভবার্তা)ৰ সাৰাংশ আৰু ৰক্ষা কৰিবলৈ এক অমূল্য সহায়ক প্ৰদান কৰা হব। পাহৰি নাযাব যে ধর্মমতৰ ওপৰত কৰা এই মন�োনিৱেশ ধর্মমত বা ক্ৰিডৰ স্বাৰ্থত নহয়, সেইদৰে ইয়াৰ প্ৰতিৰক্ষা ক�োন�ো অগুৰুত্বপূৰ্ণ বা অসন্মানজনক কাম�ো নহয়। বৰঞ্চ, যীচু খ্ৰীষ্টৰ ব্যক্তি আৰু কামক বুজিবলৈ আৰু প্ৰশংসা কৰিবলৈ ধর্মমতৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আৰু সেই বুজাবুজি আৰু প্ৰশংসাই আমাৰ শু ভবার্তা প্ৰচাৰ, শিষ্যত্ব আৰু গীৰ্ জা স্ থাপনত কেনে প্ৰভাৱ পেলাব পাৰে (?)। এই প্ৰশ্নসমূহৰ আল�োচনাত আগবাঢ়ি য�োৱাৰ লগে লগে এই
5 পৃষ্ঠা 51 ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্ন আৰু উত্তৰ
6 পৃষ্ঠা 52 ২ নং খণ্ডৰ সাৰাংশ
7 পৃষ্ঠা 59 ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্ন আৰু উত্তৰ
Made with FlippingBook Digital Publishing Software