Evangelism and Spiritual Warfare, Assamese Mentor Guide

/ 4 5

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

I. শুভবার্তাতৰ বাবে বাইবেল সম্ পর্কর্ীয় চর্তাতৱলী

ভিডিঅ’ খণ্ড -১; ৰূপৰেখা

ক) ইভেনজেলিওন : ভাল খবৰ

১) নতুন নিয়মত দুটা জ্ ঞান আছে : বাৰ্তাৰ সক্ৰিয় ঘ�োষণা আৰু ঘ�োষণা কৰা সমল

২) ১ কৰিন্থীয়া ৯ : ১৪ পদ, “যিসকলে শুভবাৰ্ত্তা ঘ�োষণা কৰে, (অৰ্থাৎ শুভবাৰ্ত্তাৰ বিষয়বস্তু) তেওঁল�োকে শুভবাৰ্ত্তাৰ দ্বাৰা [অৰ্থাৎ শুভবাৰ্ত্তাৰ ঘ�োষণা দ্বাৰা] জীৱন নিৰ্বাহ কৰিব লাগে বুলি প্ৰভুয়ে আদেশ দিছিল।”

2

৩) শুভবার্তাৰ বস্তুনিষ্ঠ সমল

ক) খ্ৰীষ্ট সম্ পর্কীয় বার্তা, ১কৰিন্থীয়া ১৫ : ৩-৫

খ) পাঁচনি সম্বন্ধীয় প্ৰচাৰৰ হৃদয় বা মূলভাব, ২তীমথিয় ২ : ৮-৯

গ) পৰিত্ৰাণৰ বাবে ঈশ্বৰৰ শক্তি, ৰ�োমীয় ১ : ১৬-১৭

৪) শুভবাৰ্ত্তাৰ প্ৰতি সঁহাৰি- পৰিত্ৰাণৰ গুৰু ত্বপূৰ্ণ উপাদান, ২ থিচ.১.৬-৮

খ) নতুন নিয়মত শুভবাৰ্ত্তাক দিয়া নামসমূহ

১) ঈশ্ বৰৰ শু ভবার্তা

ক) মার্ক ১ : ১৪

Made with FlippingBook Digital Publishing Software