Evangelism and Spiritual Warfare, Assamese Mentor Guide

5 2 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

৬. যীচু খ্ৰীষ্টত ঈশ্বৰৰ পৰিত্ৰাণৰ শুভবাৰ্ত্তা প্ৰকাশ কৰাৰ সময়ত আমি কেনে উপাদানব�োৰৰ বিষয়ে সম্ পূ ৰ্ণৰূপে স্পষ্ট হ�োৱা উচিত? শুভবার্তা উপস্থাপনত ক্ৰুচৰ বাৰ্ত্তাই কি ভূমিকা পালন কৰে? ৭. যীচু আৰু পাঁচনিসকলৰ মতে আন ল�োকৰ আগত প্ৰকৃতৰূপত শুভবাৰ্ত্তা উপস্থাপন কৰিবলৈ যাওঁতে শুভবার্তাৰ বাবে শ্ৰম আৰু কষ্টৰ সম্ পৰ্ক কি? ৮. ৰ�োমীয়া ১০.৯-১০ পদ অনুসৰি স্বীকাৰ�োক্তি আৰু বিশ্বাসৰ মাজত থকা সম্ পৰ্ক কি? ঈশ্বৰে ৰক্ষা কৰিবলৈ হলে বিশ্বাসী জনে কি স্বীকাৰ কৰিব লাগিব আৰু কি বিশ্বাস কৰিব লাগিব? ৯. যীচু খ্ৰীষ্টৰ শাৰীৰি ক পুনৰু ত্থানৰ বিষয়ে অস্বীকাৰ কৰিলে এজন ব্যক্তিক ক্ষমা কৰি ৰক্ষা কৰিব পাৰি নে? যদি ৰক্ষা কৰিব পাৰি, তেনেহলে কিয় পাৰি বা যদি ন�োৱাৰি, তেনেহলে কিয় ন�োৱাৰি? ১০. যিজনে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু তেওঁল�োকৰ হৃদয়ত বিশ্বাস কৰে যে ঈশ্বৰে তেওঁক মৃতল�োকৰ মাজৰ পৰা উঠালে, সেই ল�োকসকলৰ বাবে ৰ�োমীয়া ১০.১০ পদত নিশ্চিত প্ৰতিজ্ ঞা কি?

2

প্ৰচাৰ কাৰ্য্ য : ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা সমূহৰ বিষয়বস্তু খণ্ড 2 : নাইচনে ক্ ৰীড সমল ৰেভাঃ ড০ ডন এল. ডেভিচ

খ্ৰীষ্ট কেন্দ্ৰিক প্ৰচাৰ কামট�োৱে হৈছে প্ৰামাণিক প্ৰচাৰ কাৰ্য্ য; আন কথাত কবলৈ হ’লে, এই প্ৰচাৰ কার্যৰ মূল হ’ল ব্যক্তি হিচাপে নাচৰতৰ যীচুৰ বিষয়ে আৰু তেওঁৰ কাম আৰু তেওঁৰ মৃত্যু আৰু তেওঁক মৈদামত সমাথি দিয়া আৰু মৈদামৰ পৰা পুনৰু ত্থান হ�োৱাৰ বিষয়ে কৰা দাবীৰ ওপৰত কেন্দ্ৰিভুত কধা। ঈশ্বৰ-সন্মানীয় সকল�ো প্ৰচাৰকাৰ্য্ যৰ বাবে যীচুৰ আৱশ্যকীয় মতবাদক বুজি প�োৱাট�ো অতি আৱশ্যক, আৰু নাইচেন ক্ৰিডে যীচু ক�োন আৰু পৃথিৱীত তেওঁৰ প্ৰৱেশৰ দ্বাৰা ঈশ্বৰে কি প্ৰস্তুত কৰিছিল সেই বিষয়ে এক সঠিক কথা বাইবেলৰ দ্বাৰা অৱগত কৰি ঐতিহাসিকভাৱে স্বীকৃত সাক্ষ্য প্ৰদান কৰে। এই খণ্ডট�োৰ বাবে আমাৰ উদ্দেশ্য হৈছে, নাইচেন ক্ৰীড সমল সম্ পর্কে আপ�োনাক চাবলৈ সক্ষম কৰা : • আন ল�োকক যীচুৰ ওচৰলৈ আনি জয় কৰিবলৈ আৰু ইতিমধ্ যে জয় কৰা ল�োকসকলক প্ৰশিক্ষণ দিবলৈ হ’লে আমি যীচু খ্ৰীষ্টৰ বিষয়ে থকা সত্য সমূহ জানিব লাগিব। প্ ৰচাৰকাৰ্য্ যই যীচু খ্ৰীষ্টক ব্যক্তি হিচাপে আৰু তেওঁৰ কৰ্ ম্ম সমূহৰ বিষয়ে ল�োকসকলক কৈছে!

খণ্ড ২ৰ সাৰাংশ

পৃষ্ঠা 184  6

Made with FlippingBook Digital Publishing Software