Evangelism and Spiritual Warfare, Assamese Mentor Guide

5 4 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

I. যীচু স্বৰ্গৰৰ্গ পৰা নামি আহিছিল আৰু মানুহ হৈ পৰিছিল।

ভিডিও খণ্ড – ২ ৰ ৰূ পৰেখা

ক) প্ৰাক-অস্তিত্ববান খ্ৰীষ্ট : যীচু হৈছে সেই বাক্য যি বাক্য আৰম্ভণিৰে পৰা ঈশ্বৰৰ সৈতে আছিল।

১. মীখা ৫ : ২

২. য�োহন ৮ : ৫৮

৩. য�োহন ১ : ১ - ২

2

খ. সেই বাক্য মাংস হ’ল৷

১. ১ য�োহন ১ : ১ – ৩

২. য�োহন ১ : ১৪

৩. য�োহন ১ : ১৮

৪. প্ৰকাশিত অর্থ সমূহ

ক. তেওঁৰ পূর্ব=বিদ্যমান অৱস্থাত ঈশ্বৰৰ পুত্ৰ যীচু আছিল৷

খ. কুমাৰী মৰিয়মৰ গর্ভত, পবিত্ৰ আত্মাৰ শক্তিৰ য�োগেদি মানুহ হৈ যীচু জন্ম হ’ল৷

Made with FlippingBook Digital Publishing Software