Evangelism and Spiritual Warfare, Assamese Mentor Guide
6 /
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
অৱশেষত চতুৰ্থ পাঠ, অনুসৰণ কৰা আৰু সংস্থাত অন্তৰ্ভুক্তি৷ এই পাঠত আমি নতুনকৈ ৰূপান্তৰিত হ�োৱা ল�োকসকলক অনুসৰণ কৰি আমাৰ প্ৰচাৰকাৰ্য্ যৰ ফল সংৰক্ষণ কৰাৰ ধাৰণাট�ো অন্বেষণ কৰিম৷ ই হৈছে “নতুন ৰূ পান্তৰকসকলক ঈশ্বৰৰ পৰিয়ালত অন্তৰ্ভুক্ত কৰা যাতে তেওঁল�োকে খ্ ৰীষ্টত বিকাশ লাভ কৰিবলৈ আৰু তেওঁল�োকৰ উপহাৰব�োৰ পৰিচৰ্য্ যাৰ বাবে ব্যৱহাৰ কৰিবলৈ সজ্জিত হ’ব পাৰে।” কেনেকৈ পাঁচনিসকলে নতুনকৈ যীচুত মনপালট�োৱা ল�োকসকলক লালন-পালন কৰিছিল, সেই বিষয়ট�ো চাম আৰু আধ্যাত্মিক পৰিপক্কতা আৰু ফলপ্ৰসূতাৰ পথত নতুন ৰূপান্তৰিত ল�োকসকলক বিশ্বাসী সকলৰ স্থানীয় সমাবেশলৈ অনাৰ বাবে আমি কেনেকৈ একেপদক্ষেপ ব্যৱহাৰ কৰিব পাৰ�োঁ সেই বিষয়ে অধ্যয়ন কৰিম। আমাৰ প্ৰভু যীচুৱে বিচাৰে যে আমি ঈশ্বৰৰ মহিমা আৰু প্ৰশংসাৰ বাবে যথেষ্ট ফল প্ৰদান কৰ�োঁ (য�োহন ১৫ : ৮-১৬ পদ)। প্ৰভুয়ে আপ�োনাৰ বাক্য অধ্যয়নত আশীৰ্ ব্বাদ কৰক যাতে আপুনি শস্য চপ�োৱা কৰ্মীসকলৰ সৈতে প্ৰভুৰ পৰা নিজৰ পৰিত্ৰাণৰ ফল আৰু পিতৃৰ মহিমা সংগ্ৰহ কৰিব পাৰে!
- ৰেভাঃ ডঃ ডন এল. দেভিছ
Made with FlippingBook Digital Publishing Software