Evangelism and Spiritual Warfare, Assamese Mentor Guide

8 0 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

৮) বিশেষকৈ দৰিদ্ৰ আৰু ঘৃণিত ল�োকসকলৰ মাজত ভাল কাৰ্য্ যৰ প্ৰতি উৎসাহ প্ৰদান কৰিবলৈ নির্ দিষ্ট কৰি ল�োৱা চহৰখনত প্ৰচাৰ কাৰ্য্ যৰ এক গু ৰু ত্বপূৰ্ণ উপাদান নেকি? কিয় বা কিয় নহয়? ৯) যিজনে শুভবাৰ্ত্তা ভাগ-বতৰা বা প্ৰচাৰ কৰাৰ আনুষ্ঠানিক ভূমিকাত আছে আৰু তেওঁল�োকৰ ব্যক্তিগত জীৱন বেয়া হৈ আছে, তথাপিও তেওঁল�োকৰ বিষয়ে আমি কি পদক্ষেপ ল�োৱা উচিত? ব্যাখ্যা কৰক। ১০) নিম্নলিখিত বাক্যট�ো সম্ পূ ৰ্ণ কৰক। “যিসকলে চহৰখনত এক শক্তিশালী শু ভবার্তামূলক পৰিচর্যা ৰাখিব, তেওঁল�োকে ___________I

শুভবার্তা প্ৰচাৰকাৰ্য্ য : নগৰীয়া সম্প্ৰদায়লৈ য�োৱাৰ পদ্ধতি খণ্ড – ২ : মুখৰ শব্দৰ দ্বাৰা ৰেভা০ ড০ ডন ডেভিচ (Rev. Dr. Don L. Davis)

3

আমি প্ৰচলিত মধ্যস্থতামূলক প্ৰাৰ্থনাৰ এক সংগঠিত কাৰ্যসূচীৰ জৰিয়তে প্ৰথমে আৰু সৰ্বাধিক কাৰ্যকৰী প্ৰচাৰকাৰ্য্ যৰ বাবে প্ৰস্তুত হওঁ। নগৰীয়া প্ৰচাৰকাৰ্য্ যত ব্যক্তিগত আত্ মা-বিজয়ী হ�োৱাৰ লগতে ৰাজহুৱা প্ৰচাৰ আৰু ব্যক্তিগতভাবে প্ৰচাৰত অন্তৰ্ভুক্ত হ’বলৈ প্ৰচাৰক থাকিব লাগে। পৰিয়ালকেন্দ্ৰিত আৰু বন্ধুত্বৰ মাজত নেটৱৰ্ক গঢ়ি, বা ঘৰুৱা নেটৱৰ্ক বা বাইবেলৰ বংশকেন্দ্ৰিক (oikos)প্ৰচাৰৰ ধাৰণাব�োৰে হৈছে নগৰীয়া প্ৰচাৰৰ আটাইতকৈ কাৰ্যকৰী প্ৰচাৰ পদ্ ধতি। এই খণ্ডট�োৰ বাবে আমাৰ উদ্দেশ্য হ’ল, মুখৰ শব্দ বা বাক্যৰ দ্বাৰা প্ৰচাৰ কৰা আৰু আপ�োনাক সেইট�ো চাবলৈ সক্ষম কৰা: • সকল�ো ফলপ্ৰসূ নগৰীয়া শুভবার্তা প্ৰচাৰৰ ভেটি আৰু ভিত্তি হৈছে এক কার্যসূচী, প্ৰচলিত মধ্যস্থতাকাৰী প্ৰাৰ্থনা হৈছে এক সামঞ্জস্যপূৰ্ণ পৰিচর্যা বা সেৱা৷ • আমি যিমান পাৰি সিমান আমাৰ ওচৰ-চুবুৰীয়াসকলৰ ওচৰলৈ যাবলৈ হ’লে, আমি ব্যক্তিগত আত্মা জয়ী আৰু নিজৰ সাক্ষ্য ভাগ-বতৰা কৰা কাম, ৰাজহুৱাভাবে প্ৰচাৰ কৰাৰ লগতে শুভবার্তা প্ৰচাৰৰ অভ্যাসক উৎসাহিত কৰিব লাগিব। • শু ভবাৰ্তাৰে নগৰীয়া সম্প্ৰদায়সমূহত প্ৰৱেশ কৰাৰ আটাইতকৈ ফলপ্ৰসূ নীতিট�ো হ’ল, ঘৰু ৱা নেটৱৰ্ক বা oikos ৰ য�োগেদি বাইবেলৰ ধাৰণাক বুজাই দিয়া। ব্যক্তিগতভাবে বিশ্বাসীসকলক তেওঁল�োকৰ oikos ৰ প্ৰেক্ষাপটত শুভবাৰ্তাক ভাগ-বতৰা কৰিবলৈ সহায় কৰাট�ো হৈছে নগৰীয়া শুভবার্তা প্ৰচাৰৰ সকল�ো সজ্জিতকৰণৰ মূলত নিহিত হৈ আছে।

খণ্ড 2 -ৰ সাৰাংশ

পৃষ্ঠা 191  6

Made with FlippingBook Digital Publishing Software