Evangelism and Spiritual Warfare, Assamese Mentor Guide

/ 8 3

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

২) নিৰ্ দিষ্ট আৰু লক্ষ্য নিৰ্ধাৰণ কৰা, ইফিচীয়া ৩. ৬.১৮-২০

৩) উষ্ণ বা আকুল আৰু শক্তিশালী, ৰ�োমীয় া. ১২.১২

৪) প্ৰত্যাশিত আৰু প্ৰত্যয়ৰে ভৰা, ইব্ৰী. ১১.৬

গ) ফলপ্ৰসূ নগৰীয়া শুভবার্তা প্ৰচাৰৰ বাবে প্ৰাৰ্থনাৰ বহুত�ো পদ্ধতি উপলব্ধ আছে।

১) প্ৰাৰ্থনাৰ সঙ্গীতানুষ্ঠান বা কনচাৰ্ট

২) প্ ৰাৰ্থনা খ�োজ

3

৩) প্ৰাৰ্থনাৰ জাগৰণী সভা

৪) বিশেষ প্ৰার্থনাৰ সমাৱেশ

II. নগৰীয়া প্ৰচাৰকার্যৰয নগৰীয়া শিষ্যসকলক ব্যক্তিগতভাৱে আত্মাক জয়ী কৰিবলৈ আৰু তেওঁল�োকৰ সাক্ষ্য আনৰ সৈতে ভাগ-বতৰা কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ ওপৰত নিৰ্ মিতমি ।

ক) ব্যক্তিগত শুভবার্তা প্ৰচাৰ কিয় ইমান গুৰু ত্বপূৰ্ণ?

১) ই হৈছে বেছিভাগ মানুহে প্ৰভুৰ ওচৰলৈ আহিব পৰা পথ।

২) আমাৰ বিশ্বাসৰ অংশীদাৰ হ’বলৈ আমি সদায় সাজু থাকিব লাগে, ১ পিতৰ. ৩.১৫।

Made with FlippingBook Digital Publishing Software