Evangelism and Spiritual Warfare, Assamese Student Workbook
/ 4 7
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
গ) সাধাৰণ পৰ্যৱেক্ষণ
১) মণ্ ডলীৰ পৰিচয় আৰু পৰিচৰ্য্ যাৰ কেন্দ্ৰবিন্দু হৈছে শুভবাৰ্ত্তা।
২) শুভবাৰ্ত্তাত যীচু খ্ৰীষ্টক ব্যক্তি হিচাপে আৰু তেওঁৰ কৰ্ম্মৰ ওপৰত গুৰুত্ব দিয়া হৈছে।.
৩) যিসকলে শুনে আৰু গ্ৰহণ কৰে তেওঁল�োকক উদ্ধাৰ আৰু পৰিত্ৰাণ দিয়াৰ বাবে শুভবাৰ্ত্তা হৈছে ঈশ্বৰৰ শক্তি।
2
II. শুভবাৰ্ত্তত্া প্ৰদৰ্শনশ আৰু ঘ�োষণা : এই দুয়োট াৰ দৰে প্ৰচাৰকার্যয
ক) ভাল খবৰৰ প্ৰদর্শনৰ দৰে “প্ৰদর্শ নৰ য�োগেদি ক�োৱা” হৈছে প্ৰচাৰকার্য৷
১) আমাৰ ভাল কর্মৰ য�োগেদি
ক) ভাল কর্মৰ বাবে ঈশ্বৰৰ দ্বাৰা সৃষ্ট, ইফিচীয় া ২ : ৮-১০.
খ) আমাৰ ভাল কর্মব�োৰৰ জড়িয়তে তেওঁল�োকে আমাৰ মহিমাম্ বিত ঈশ্বৰক এদখা পায়, মথি ৫ : ১৪-১৬
২) মণ্ডলীত আমাৰ একতা আৰু প্ৰেমৰ য�োগেদি, য�োহন ১৭ : ২০-২৩
৩) প্ৰভুৰ প্ৰতি থকা আমাৰ আজ্ঞাকাৰিতা আৰু আনুগত্যৰ জৰিয়তে, তীত ২ : ১১-১৪
Made with FlippingBook Learn more on our blog