Evangelism and Spiritual Warfare, Assamese Student Workbook
/ 5 5
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
গ. মানুহ আৰু ঈশ্বৰ হিচাপে. তেওঁ মানৱজাতি আৰু প্ৰভুৰ মাজত এজন নিখুঁত মধ্যস্থতাকাৰী আছিল। (১) ১ তীমথিয় ২ : ৫ – ৬
(২) ইব্ৰী ৭ : ২৫ (৩) ইব্ৰী ৮ : ৬ (৪) ইব্ৰী ১২ : ২৪
II. তেওঁক ক্ৰুচবিদ্ধ কৰা হ’ল, কষ্ট দিয়া হ’ল, আৰু মৈদামত সমাধিস্থ কৰা হৈছিল : তেওঁ ক্ৰুচৰ ওপৰত মৰিল৷
2
ক. ৰ�োমান শাসনকর্তাৰ চর্তাৱলীৰ অধীনত যীচুক ক্ৰুচবিদ্ধ কৰা হৈছিল : পণ্টিয়াচ পীলাতৰ অধীনত ক্ৰুচবিদ্ধ কৰা হৈছিল, য�োহন ১৯ : ১৬ – ১৯ ৷
১. এটা প্ৰকৃত ঐতিহাসিক ব্যক্তিত্ব
২. মানৱ ইতিহাসত এটা নিৰ্ দিষ্ট সময়
খ. যীচু ৱে শাৰিৰীকভাবে কষ্ট ভ�োগ কৰিলে আৰু ক্ৰুচৰ ওপৰত মৰিল : খীচু খ্ৰীষ্টৰ কষ্ টভ�োগ৷
১. যীচু ৰ কষ্টভ�োগ সঠিক আছিল, ১ পিতৰ ২ : ২১ – ২৪
২. যীচু ৰ দুখ-কষ্ট আছিল প্ৰতিনিধিৰ কর্ম (আমাৰ ঠাইত আমাৰ বাবে অনুকল্পক হিচাপে আমাৰ কৰিছিল), যিচয়া ৫৩ : ৩ - ৬
গ. যীচু ৰ মৃত শৰীৰ এটা মৈদামত শু ৱাই থ�োৱা হৈছিল : যীচু খ্ৰীষ্টৰ সমাধিস্থ, মথি ২৭ : ৫৮
Made with FlippingBook Learn more on our blog