Evangelism and Spiritual Warfare, Assamese Student Workbook
/ 5 9
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
আগমনৰ সৈতে সম্ পৰ্ কিত গু ৰু ত্বপূৰ্ণ সত্যব�োৰৰ এক স্ পষ্ট, উপয�োগী আৰু শক্তিশালী ৰূপৰেখা প্ৰদান কৰে। » নাইচেন ক্ ৰীডৰ বিষয়বস্তুৰ এক নিপুণতাই আমাক শু ভবার্তামূলক বাৰ্তাৰ এটা চলমান কাহিনী প্ৰদান কৰে, যি কাহিনীট�ো আমি আমাৰ সম্প্ৰদায়ব�োৰত প্ৰচাৰ কৰা সময়ত ভাগ-বতৰা কৰাৰ লগে লগে অভিয�োজিত কৰিব পাৰি।
নিম্নলিখিত প্ৰশ্নব�োৰে আপ�োনাক দ্বিতীয় ভিডিঅ’ শাখাত থকা সামগ্ ৰী সমূহ বিষয়ব�োৰ পুনৰীক্ ষণ কৰাত সহায় কৰিবলৈ প্ৰস্তুত কৰা হৈছিল। নাইচেন ক্ৰিডে আমাক যিদৰে শুভবাৰ্তা প্ৰচাৰৰ নীতি গত বিষয়বস্তুৰ এক স্পষ্ট, উপয�োগী আৰু সংক্ষিপ্ত ৰূপৰেখা প্ৰদান কৰে, একেদৰে ই তেওঁৰ অৱতাৰ, দূখভ�োগ, পুনৰু ত্ থান, স্বর্গাৰ�োহণ আৰু দ্বিতীয় আগমনৰ ওপৰত গু ৰু ত্ব দিয়ে। আপ�োনাৰ অধ্যয়নৰ সময়ত এই বিৱৰণব�োৰ স্ পষ্টভাৱে আৰু সংক্ষিপ্তভাৱে অনুশীলন কৰক, যিমান পাৰে সিমানেই শাস্ত্ৰৰ সৈতে আপ�োনাৰ দৃষ্টিভঙ্গীক সমৰ্থন কৰিবলৈ যত্ন কৰক! ১. স্বৰ্গৰ পৰা নামি মানুহ হ�োৱাৰ আগতে নাইচেন ক্ ৰীডে ব্যক্তি হিচাপে যীচু ৰ বিষয়ে কি দাবী কৰে, অৰ্থাৎ মানৱৰূপ ধাৰণ কৰাৰ আগতে তেওঁ ক�োন আছিল? ২. পবিত্ৰ আত্মা আৰু কুমাৰী মৰিয়মে কেনেধৰণে তেওঁল�োকৰ কাৰ্য্ যকলাপ সমূহক একত্ৰিত কৰি নাজাৰেথৰ যীচু নামৰ মানুহ জনক উৎপন্ন কৰিলে? ৩. শুভবাৰ্ত্তা প্ৰচাৰৰ বিষয়বস্তু সমূহত যীচুক প্ৰকৃততে শাৰীৰিকভাৱে ক্ৰুচবিদ্ধ কৰা হৈছিল বুলি দাবী কৰাট�ো কিয় আৱশ্যক, অৰ্থাৎ তেওঁ প্ৰকৃততে ক্ৰছত মৃত্যুবৰণ কৰিছিল বুলি দাবী কৰাট�ো কিয় প্ৰয়�োজন? ৪. মানৱজাতিৰ প্ৰতি যীচুৰ দুখ-কষ্ট ভ�োগ কৰা ক্ৰুচীয় যাতনাক “প্ৰতিনিধিমূলক” বুলি ক�োৱাৰ অৰ্থ কি? যীচু ৱে তেওঁৰ মৃত্যু আৰু এই পৃথিৱীৰ পৰা আঁতৰি য�োৱা বিষয়ট�োৱে কি বুজায়? ৫. মচীহৰ পুনৰুত্থান সম্ পর্কে থকা ভৱিষ্যতবাণী বুলি উল্লেখ কৰা বাইবেলৰ পুৰণি নিয়মৰ তিনিখন পুস্তকৰ তালিকা দিয়ক। ৬. আমাৰ পৰিত্ৰাণৰ লগত আৰু সেই বিষয়ে আমি কৰা প্ৰচাৰ কাৰ্য্ যৰ বিষয়ৰ লগত মচীহ যীচু ৰ পুনৰু ত্থানৰ অৰ্থ কি? ৭. বৰ্তমান সময়ত যীচুক প্ৰভু বুলি বুজাবলৈ উল্লেখ কৰা বিষয়ৰ সৈতে তেওঁৰ স্বর্গাৰ�োহণৰ সম্পৰ্ক কেনেকৈ সম্পৰ্ কিত হৈ আছে? স্বৰ্গত থকা যীচুৰ বৰ্তমান অধিবেশনৰ সময়ৰ বিষয়ে বৰ্ণনা কৰক– বৰ্তমান সময়ত তেওঁ পিতৃৰ স�োঁ হাতত কি কৰি আছে? ৮. নাইচেন ক্ৰীডে দাবী কৰে যে যীচু ৱে যুগৰ শেষৰ ফালে কিছুমান কাৰ্য্ য সম্ পাদন কৰিবলৈ ঘূৰি আহিব। সেইব�োৰ কি আৰু শুভবার্তা প্ৰচাৰৰ সৈতে এই কার্যব�োৰৰ বিষয়ৰ সম্ পৰ্ক কি?
চেগু - 2
শিক্ষার্থীথৰ প্ৰশ্ন আৰু সঁহাৰি
2
Made with FlippingBook Learn more on our blog