Evangelism and Spiritual Warfare, Assamese Student Workbook

8 6 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

৫) বাস্ তৱিক হওক।

৬) সহিষ্ণু হওক৷

III. নগৰীয়া শু ভবার্তা প্ ৰচাৰ তেতিয়া হয়, যেতিয়া অবিশ্বাসীসকলে ৰাজহুৱা প্ ৰচাৰ আৰু বক্তৃ তাৰ জৰিয়তে শুভবাৰ্তাৰ সন্মু খীন হয়।

ক. ৰাজহুৱা শুভবার্তা প্ৰচাৰ কিয় ইমান গুৰু ত্বপূৰ্ণ?

১) ৰাজহুৱা শু ভবার্তা প্ ৰচাৰৰ উদাহৰণ শাস্ত্ৰত প্ৰধানকৈ দিয়া আছে (যেনে, পাঁচনিৰ কৰ্ম ২, ৪, ৬, ১০ ইত্যাদি)।

২) ৰাজহুৱা স্থানত শুভবার্তা প্ৰচাৰ কৰাৰ জৰিয়তে লাখ লাখ ল�োকে যীচু খ্ৰীষ্টৰ প্ৰতি সঁহাৰি জনাইছে : ই সময়-পৰীক্ষিত ফলপ্ৰসূতা৷

3

৩) ৰাজহুৱা শুভবার্তা প্ৰচাৰ কার্যত যিসকলৰ শুভবার্তা প্ৰচাৰ কৰা দান আছে, তেওঁল�োকে এই প্ৰচাৰ কার্যত সুবিধা লব পাৰে।

ক. ইফিচ. ৪.১১

খ. ২ তীম. ৪.৫

৪) সভাৰ সদস্যসকলে নিজৰ বন্ধু-বান্ধৱী আৰু পৰিয়াল সমূহক সভালৈ আহি শুভবাৰ্তা শুনিবলৈ নিমন্ত্ৰণ কৰিব পাৰে।

৫) মানুহব�োৰ য’ত আছে তালৈ গৈ আমি তেওঁল�োকৰ লগত শুভবার্তাৰ প্ৰসংগত ভাগলৈ প্ৰচাৰ কৰিব পাৰ�ো ( ইয়াত “য�োৱা”ৰ ওপৰত গুৰু ত্ব দিয়া হৈছে)।

Made with FlippingBook Learn more on our blog