Evangelism and Spiritual Warfare, Assamese Mentor Guide

1 0 6 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

১) মহান আজ্ ঞা হৈছে শিষ্য কৰা, ধৰ্মান্তৰিত কৰা নহয়, মথি. ২৮ : ১৯-২০।

২) খ্ৰীষ্টান হিচাপে হ�োৱা বৃদ্ধি কেৱল ব্যক্তিগত কাৰ্য্ যকলাপত নহয়, ই জীৱনৰ শৰীৰৰ প্ৰেক্ষাপটত ঘটে, ৰ�োমীয় া. ১২ : ৪-৬।

৩) খ্ৰীষ্টৰ সদৃশতা হৈছে খ্ৰীষ্টৰ সৈতে একত্ৰীকৰণৰ স্পষ্ট লক্ষ্য।

ক) ৰ�োমীয় া ১৩ : ১৪

খ) ১ কৰিন্থীয়া. ১৫ : ৪৯

গ) ২ কৰিন্থীয়া. ৩ : ১৮

ঘ) ইফিচীয় া ৪ : ২৪

4

ঙ) ১ য�োহন ৩ : ২

৪) নৈতিক উন্নতিসাধন হৈছে অনুসৰণ কৰা কার্যৰ প্ৰথমট�ো ডাঙৰ লক্ষ্য: নতুন খ্ৰীষ্টানসকলক খ্ৰীষ্টত জীৱন যাপন কৰিবলৈ খ্ৰীষ্টিয় সম্প্ৰদায়ত আহ্বান কৰা হয়, যাতে তেওঁল�োকে খ্ৰীষ্টত পৰিপক্কতালৈ বৃদ্ধি হ’ব পাৰে।

ক) ১ কৰিন্থীয়া. ৮ : ১

খ) ১ কৰিন্থীয়া. ১৪ : ১২

গ) ইফিচীয় া. ৪ : ২৯

ঘ) ১ থিচলনীকীয় া. ৫ : ১১

Made with FlippingBook Digital Publishing Software