Evangelism and Spiritual Warfare, Assamese Mentor Guide

/ 1 0 7

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

গ) “আৰু তেওঁল�োকৰ পবিত্ৰ আত্মাৰ বৰদানব�োৰ পৰিচৰ্যাৰ বাবে আৰু সেৱা কর্মত ব্যৱহাৰ কৰক”৷

১) প্ৰতিজন খ্ৰীষ্টানক পৰিচৰ্যাত ব্যৱহাৰ কৰিবলৈ বিশেষ বৰদান বা উপহাৰ দিয়া হৈছে, ১ কৰিন্থীয়া. ১২ : ৪-৭।

২) খ্ৰীষ্টৰ শৰীৰৰ প্ৰতিট�ো অংগই খ্ৰীষ্টৰ শৰীৰৰ উত্থানৰ বাবে এটা ভূমিকা পালন কৰিব লাগে, ১ পিতৰ. ৪ : ১০-১১।

৩) ঈশ্বৰে বিচাৰে যে প্ৰতিজন খ্ৰীষ্টানে ফলপ্ৰসূ হওক আৰু বিশ্বাসীসকলৰ স্থানীয় মণ্ডলীৰ সমাৱেশৰ প্ৰেক্ষাপটত মহান আজ্ ঞা আৰু মহান আদেশ পূৰণত অৰিহণা য�োগাওক।

ক) মহান আজ্ঞা : নতুন খ্ৰীষ্টানসকলে ফল দিয়ে যেতিয়া তেওঁল�োকে ঈশ্বৰক নিজৰ সমস্ত হৃদয়, মন, আত্মা আৰু শক্তিৰে আৰু নিজৰ ওচৰ-চুবুৰীয়াক নিজৰ দৰে প্ৰেম কৰিবলৈ শিকে, মথি. ২২ : ৩৭-৪০ (য�োহন ১৩ : ৩৪-৩৫ পদৰ নতুন আজ্ ঞাৰ সৈতে তুলনা কৰক)।

4

খ) মহান আদেশ : নতুন খ্ৰীষ্টানসকলে যীচু খ্ৰীষ্টৰ শিষ্য বনাবলৈ নিজৰ উপহাৰ বা বৰদানব�োৰ যেতিয়া ব্যৱহাৰ কৰিবলৈ শিকে, তেতিয়া তেওঁল�োকে ফল দিয়ে, মথি ২৮ : ১৯-২০।

৪) ফলপ্ৰসূতা হৈছে অনুসৰণৰ দ্বিতীয়ট�ো ডাঙৰ লক্ষ্য: নতুন খ্ৰীষ্টানসকলক ভাল কাম, প্ৰেমময় সেৱা আৰু শুভবাৰ্তাৰ সাহসী সাক্ষ্যৰ বাবে সৃষ্টি কৰা হৈছে৷

ক) য�োহন ১৫ : ১৬

খ) য�োহন ১৫ : ৮

গ) ৰ�োমীয় া ১ : ১৩

Made with FlippingBook Digital Publishing Software