Evangelism and Spiritual Warfare, Assamese Mentor Guide
1 0 8 /
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
ঘ) ১ কৰিন্থীয়া. ৩ : ৬-৭
II. যেতিয়া শুভবার্তাত প্ৰচাৰ কার্যতয ফল ধৰিব ধৰে, তেতিয়া অনুসৰণ কৰা কার্যৰয প্ৰয়োজন কিয় হয়?
ক) নতুনকৈ যীচুক প্ৰভু হিচাপে গ্ৰহন কৰা ল�োকসকল শত্ৰুৰ পৰা আক্ৰমণৰ সন্মু খীন হ’বলগীয়া হয় আৰু সেয়ে তেওঁল�োকৰ সুৰক্ষাৰ প্ৰয়োজন হয়, পাঁচনিৰ কৰ্ম ২০ : ২৮-৩১।
১) বীজ সিঁচা ল�োকৰ দৃষ্টান্তট�ো মন কৰক, মথি ১৩ অধ্যায়৷
ক) চয়তানৰ প্ৰত্যক্ষ হস্তক্ষেপ
খ) এই পৃথিৱীৰ অবিৰত চিন্তা
গ) নতুন বিশ্বাসীসকলৰ বিশ্বাসত অগভীৰ শিপা
4
ঘ) ভুল আৰু প্ৰতাৰণা কৰাৰ প্ৰৱণতা
২) নতুন বিশ্বাসীসকলক তেওঁল�োকৰ বিশ্বাসত প্ৰতিষ্ঠা কৰিবৰ বাবে প�ৌল অতিশয় চিন্তিত আছিল।
ক) থিচলনীকীয়া, ১ থিচলনীকীয়া ৩ : ১-৫
খ) গালাতীয়াসকল, গালাতীয়া ৩ : ১-৪
গ) ফিলিপীয়াসকল, ফিলিপীয় া ১ : ২৩-২৬
Made with FlippingBook Digital Publishing Software