Evangelism and Spiritual Warfare, Assamese Mentor Guide
1 2 2 /
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
IV. খ্ৰীষ্টৰ শৰীৰৰ অৱদানকাৰী সদস্য হিচাপে কাম কৰিবলৈ তেওঁল�োকক সজ্জিত কৰক।
ক) শৰীৰৰ অংগ হ�োৱা, ১ কৰিন্থীয়া. ১২ : ১৩
১) বাপ্তিস্মৰ গুৰু ত্ব, মথি. ২৮.১৯
ক. খ্ৰীষ্টত বিশ্বাসৰ স্বীকাৰ�োক্তি
খ. গীৰ্ জা ৰ শিক্ষাৰ প্ৰতি আনুগত্য স্বীকাৰ কৰা
গ. শৰীৰৰ সৈতে সংয�োগ হ�োৱাৰ স্বীকাৰ�োক্তি
২) সদস্যপদৰ গু ৰু ত্ব
4
খ) পৰিয়ালৰ সদস্য হিচাপে নিজৰ কাম-কাজ কৰা, ১ পিতৰ ৪ : ৮-১১
১) ইজনে সিজনৰ ব�োজা বহন কৰা, গালাতীয় া ৬ : ২.
২) পাঁচনিসকলৰ পৰম্পৰা অনুসৰণ কৰা, ২ থিচলনীকীয় া. ৩ : ৬
৩) বিশ্বাসীসকলৰ মাজত সুনাম বজাই ৰখা
ক. ম�োৰ ঘৰত, ইফিচীয় া. ৫ ; ২২-৬ : ৫
খ. পবিত্ৰ ল�োকসকলৰ মাজত, গালাতীয় া ৬ : ১০
Made with FlippingBook Digital Publishing Software