Evangelism and Spiritual Warfare, Assamese Mentor Guide

/ 1 2 3

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

গ. ম�োৰ চাকৰিৰ ওপৰত, ইফিচীয় া ৬ : ৫-৯

ঘ. ম�োৰ ওচৰ-চুবুৰীয়াত , ১ পিতৰ ৩ : ১৫; ১ কৰিন্থীয়া ৭ : ১৭,

ঙ. ম�োৰ সম্প্ৰদায়ত , মথি. ৫ : ১৪-১৬

৪) ম�োৰ মণ্ডলীৰ বিশ্বাসীসকলক চিনাক্ত কৰা আৰু তেওঁল�োকৰ সৈতে সংগতি ৰখা

ক. আমি যেতিয়া গ�োট খাওঁ, তেতিয়া খ্ৰীষ্ট আমাৰ মাজত থাকে, মথি ১৮ : ২০

খ. একেলগে গ�োট খ�োৱাট�ো আত্ মাৰ উপস্থিতিৰ চিন, পাঁচনিৰ কৰ্ম ২ : ৪২

গ) শৰীৰৰ মূল দায়িত্ব -

4

১) বিশ্বাসীসকলৰ উপস্থিতিৰ লগত একত্ৰিত হ�োৱা: ইব্ৰী ১০ : ২৩-২৫

২) নেতা আৰু শিক্ষকসকলৰ মংগলৰ বাবে উদাৰতাৰে দান কৰা, ২ কৰিন্থীয়া. ৮ : ৯

ক. পবিত্ৰ ল�োকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰা, ২ কৰিন্থীয়া. ৯ : ৬-৮

খ. আমাৰ মাজত শুভবাৰ্ত্তাত পৰিশ্ৰম কৰাসকলৰ বাবে য�োগান ধৰা, গালাতীয় া ৬ : ৬

গ. শুভবাৰ্তাৰ প্ৰসাৰত অৰিহণা য�োগ�োৱা, ফিলিপীয় া ৪ : ১৫-১৭

Made with FlippingBook Digital Publishing Software