Evangelism and Spiritual Warfare, Assamese Mentor Guide

1 2 4 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

৩) শৰীৰৰ কাৰ্যত একেলগে সেৱা আগবঢ়োৱা

ক. সেৱাত, ১ থিচলনীকীয় া ৪ : ৯-১০

খ. আতিথ্যত, ইব্ৰী. ১৩ : ১-৩

ঘ) নিজৰ উপহাৰক শৰীৰৰ অংগ হিচাপে ব্যৱহাৰ কৰা

১) আত্ মাৰ দানসমূহ আৱিষ্কাৰ কৰা, ৰ�োম. ১২ : ৩-৮

ক. শৰীৰৰ উপকাৰৰ বাবে পবিত্ৰ আত্মাই উপহাৰ দিয়ে, ১ কৰিন্থীয়া. ১২ : ৭-১০।

খ. উপহাৰ নিয়োগ কৰিবলৈ দিয়া হয়; ক�োন�ো পবিত্ৰ ল�োকে সীমাৰেখাৰ বাহিৰত যাব নালাগে, ইফিচীয়া ৪ : ১৫-১৬

4

গ. শৰীৰক প্ৰেমত গঢ়ি ত�োলাৰ বাবে উপহাৰে কাম কৰে, ১ পিতৰ ৪ : ১০-১১

২) নতুনকৈ খ্ৰীষ্টত বিশ্বাস স্থাপন হ�োৱা ল�োকসকলক শৰীৰৰ আন অংগসমূহৰ মংগলৰ বাবে নিজৰ উপহাৰ আৰু সম্পদসমূহ ব্যৱহাৰ কৰিবলৈ শিক�োৱা, ১ কৰিন্থীয়া. ১০ : ২৩-২৪

৩) সাক্ষ্যত শৰীৰ হিচাপে আমাৰ অৰিহণা য�োগ�োৱা

ক. আমাৰ স্থানীয় সাক্ষীৰ প্ৰচেষ্টাই সেৱা আগবঢ়াই, ফিলিপীয় া ১ : ২৭-২৮

Made with FlippingBook Digital Publishing Software