Evangelism and Spiritual Warfare, Assamese Mentor Guide

/ 1 3 5

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

পৰিশিষ্ট ১ নাইচিন ধর্মতত্ব বা বিশ্বাস (The Nicene Creed)

আমি এক ঈশ্বৰত বিশ্বাস কৰ�ো, (দ্বিতীয় বিৱৰণ ৬:৪-৫; মার্ক ১২:২৯, ১কৰিন্থীয়া ৮:৬) তেওঁ সর্বশক্তিমান পিতৃ, (আদিপুস্তক ১৭:১, দানিয়েল ৪:৩৫, মথি ৬:৯, ইফিচীয় া ৪:৬, প্ৰকাশিত বাক্য ১:৮) তেওঁ আকাশ আৰু পৃথিৱীৰ সৃষ্টিকর্তা (আদিপুস্তক ১:১, যিচয়া ৪০:২৮, প্ৰকাশিত বাক্য ১০:৬) আৰু দৃশ্যমান আৰু অদৃশ্যমান সকল�ো বস্তুৰ সৃষ্টিকর্তা. (গীত মালা ১৪৮; ৰ�োমীয় া ১১:৩৬; প্ৰকাশিত বাক্য. ৪:১১) আমি এজন প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰ�োঁ, তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰ, তেওঁ সকল�ো যুগৰ আগত পিতৃৰ পৰা জন্মগ্ৰহণ কৰা তেওঁ ঈশ্বৰৰ পৰা ঈশ্বৰ, প�োহৰৰ পৰা প�োহৰ, সত্য ঈশ্বৰৰ পৰা ঈশ্বৰ সত্য, তেওঁ সৃষ্টি নকৰা এক�ো সৃষ্টি নাই, তেওঁ পিতৃৰ দৰে একে সত্তাৰ, (য�োহন ১ : ১-২; ৩ : ১৮; ৮ : ৫৮; ১৪ : ৯-১০; ২০ : ২৮; কলচীয়া ১ : ১৫, ১৭; ইব্ৰী ১ : ৩-৬) তেওঁৰ দ্বাৰাই সকল�ো সৃষ্টি হ’ল। (য�োহন ১ : ৩; কলচীয় া ১ : ১৬) তেওঁ আমাৰ মানুহৰ কাৰণে আৰু আমাৰ পৰিত্ৰাণৰ কাৰণে স্বৰ্গৰ পৰা নামি আহিল, আৰু পবিত্ৰ আত্ মা আৰু কুমাৰী মৰিয়মৰ দ্বাৰা অৱতাৰ ল’লে আৰু মানুহ হৈ পৰিল। (মথি ১ : ২০-২৩; য�োহন ১ : ১৪; ৬ : ৩৮; লূক ১৯ : ১০) আমাৰ বাবেও যিজনক পন্টিয় পীলাতৰ অধীনত ক্ৰুচত দিয়া হৈছিল, তেওঁ কষ্ট পাইছিল, আৰু তেওঁক সমাধিস্থ কৰা হৈছিল। (মথি ২৭ : ১-২; মাৰ্ক ১৫ : ২৪-৩৯, ৪৩-৪৭; পাঁচনিৰ কৰ্ম ১৩ : ২৯; ৰ�োমীয়া ৫ : ৮; ইব্ৰী ২ : ১০; ১৩ : ১২) শাস্ত্ৰৰ অনুসৰি তৃতীয় দিনা তেওঁ আক�ৌ মৃত্যুৰ পৰা উঠিল, (মাৰ্ক ১৬ : ৫-৭; লূক ২৪ : ৬-৮; পাঁচনিৰ কৰ্ম ১ : ৩; ৰ�োমীয়া ৬ : ৯; ১০.৯; ২ তীমথিয় ২ : ৮) তেওঁ স্বৰ্গলৈ উঠি গ’ল, (আদিপুস্তক ১ : ১-২; ইয়োব ৩৩ : ৪; গীত মালা ১০৪ : ৩০; ১৩৯ : ৭-৮; লূক ৪ : ১৮-১৯; য�োহন ৩ : ৫-৬; পাঁচনিৰ কৰ্ম ১ : ১-২; ১ কৰিন্থীয়া ২ : ১১; প্ৰকাশিত বাক্য ৩ : ২২) যিজন পিতৃ আৰু পুত্ৰৰ পৰা উৎপন্ন, (য�োহন ১৪ : ১৬-১৮, ২৬; ১৫ : ২৬; ২০ : ২২) যিজনাক পিতৃ আৰু পুত্ৰৰ সৈতে একেলগে উপাসনা আৰু মহিমা কৰা হয়, (যিচয়া ৬ : ৩; মথি ২৮ : ১৯; ২ কৰিন্থীয়া ১৩ : ১৪; প্ৰকাশিত বাক্য ৪ : ৮) যিজনে ভাববাদীসকলৰ দ্বাৰাই কথা কৈছিল, ( মথি ১৬ : ১৮; ইফিচীয়া ৫ : ২৫-২৮; ১ কৰিন্থীয়া ১ : ২; ১০ : ১৭; ১ তীমথিয় ৩ : ১৫; প্ৰকাশিত বাক্য ৭ : ৯) আমি পাপৰ ক্ষমাৰ বাবে এটা বাপ্তিস্ম স্বীকাৰ কৰ�োঁ, ( পাঁচনিৰ কৰ্ম ২২ : ১৬; ১ পিতৰ ৩ : ২১; ইফিচীয়া ৪ : ৪-৫) আৰু আমি মৃত ল�োকৰ পুনৰু ত্থান আৰু আগন্তুক যুগৰ জীৱনৰ বাবে বাট চাই থাক�োঁ, (যিচয়া ১১ : ৬-১০; মীখা ৪ : ১-৭; লূক ১৮ : ২৯-৩০; প্ৰকাশিত বাক্য ২১ : ১-৫; ২১ : ২২-২২ : ৫) আমেন। (গণনাপুস্তক ১১ : ২৯; মীখা ৩ : ৮; পাঁচনিৰ কৰ্ম ২ : ১৭-১৮; ২ পিতৰ ১ : ২১) আমি এটা পবিত্ৰ, সার্বভ�ৌম (কেথলিক) আৰু এপষ্টোলি ক গীৰ্ জাত বিশ্ বাস কৰ�োঁ। আৰু পিতৃৰ স�োঁহাতে বহি আছে। (মাৰ্ক ১৬ : ১৯; ইফিচীয়া ১ : ১৯-২০) জীৱিত আৰু মৃত ল�োকৰ বিচাৰ কৰিবলৈ, তেওঁ পুনৰ মহিমাৰে আহিব, আৰু তেওঁৰ ৰাজ্যৰ ক�োন�ো অন্ত নাথাকিব। (যিচয়া ৯ : ৭; মথি ২৪ : ৩০; য�োহন ৫ : ২২, পাচনিৰ কর্ম ১ : ১১, ১৭ : ৩১, ৰ�োমীয় া ১৪ : ৯, ২ কৰিন্থীয়া ৫ : ১০; ২ তীমথিয় ৪ : ১) আমি পবিত্ৰ আত্ মাত বিশ্বাস কৰ�োঁ, যিজন প্ৰভু আৰু জীৱনদাতা,

মূখস্থ পদ 

প্ৰকাশিত বাক্য ৪ : ১১

য�োহন ১ : ১

১ কৰিন্থীয়া ১৫ : ৩-৫

ৰ�োমীয় া. ৮ : ১১

১ পিতৰ. ২ : ৯

১ থিচলনীকীয় া. ৪ : ১৬-১৭

Made with FlippingBook Digital Publishing Software