Evangelism and Spiritual Warfare, Assamese Mentor Guide
1 8 8 /
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
১ কৰিন্থীয়া ১০ : ৩৩ - কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ, মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি, সকল�ো বিষয়তে সকল�োকে সন্তুষ্ট কৰ�োঁ৷ তাতে সকল�োৱে পৰিত্ৰাণ পায়৷ ফিলিপীয় া. ৩:১৭ - হে ভাইসকল, ত�োমাল�োকেও ম�োৰ অনুকাৰী হ�োৱা আৰু ত�োমাল�োকৰ আৰ্ হি স্বৰূ প যি আমি, আৰু আমাৰ দৰে যিসকলে জীৱন-যাপন কৰে, তেখেতসকলক অনুসৰণ কৰা। ১ থিচলনীকীয় া. ১:৬ - বহু ক্লেশৰ মাজত পবিত্ৰ আত্ মাই দিয়া আনন্দৰ সৈতে ত�োমাল�োকে সেই শুভবার্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ’লা। ২ থিচলনীকীয় া. ৩:৯ - ইয়াত আমাৰ যে ক্ষমতা নাই, এনে নহয়; কিন্তু ত�োমাল�োক যেন আমাৰ অনুকাৰী হ�োৱা, তাৰ বাবে ত�োমাল�োকৰ ওচৰত আমি আৰ্ হি হবলৈহে ইয়াকে কৰিল�োঁ। ইব্ৰী. ৬:১২ - ত�োমাল�োক এলেহুৱা হ�োৱাট�ো আমি নিবিচাৰ�োঁ। আমি বিচাৰ�ো, যিসকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ বিধান সমূহ লাভ কৰে, ত�োমাল�োক তেওঁল�োকৰ অনুকাৰী হ�োৱা। বার্তাবাহকৰ প্ৰচাৰৰ অখণ্ডতাই প্ৰত্যক্ষভাৱে বাৰ্তাৰ সত্যতাৰ ওপৰত ৰং আৰু প্ৰভাৱ পেলায়, সেয়ে যিসকলে প্ৰচাৰ কৰে, তেওঁল�োকে এই দুয়োট াকে বিচাৰ কৰিব লাগিব। এই ভক্তি বা ধ্যান প্ৰেম আৰু ন্যায়ৰ প্ৰকৃত প্ৰদৰ্শনত কেন্দ্ৰীভূত হয়, ই সদায় যীচু খ্ৰীষ্টৰ সৈতে সকল�ো প্ৰামাণিক চিনাক্তকৰণৰ আধাৰত থাকে। যদিহে শুভবার্তা প্ৰচাৰ কার্য কেৱল কিছুমান বিপণন দক্ষতা বা চিকচিকিয়া বিজ্ঞাপনৰ ক�ৌশল আয়ত্ত কৰা কাম আছিল বুলি ভাবে, তেন্তে যিক�োন�ো ব্যক্তিয়েই শুভবার্তা প্ৰচাৰ কৰিব পাৰিলেহেঁতেন। দুৰ্ভাগ্যজনকভাৱে আজি বহুতে বিশ্বাস কৰে যে শুভবাৰ্তাৰ বাৰ্তাক বিশ্বাসয�োগ্যতা প্ৰদান কৰিবলৈ বাৰ্তাৰ কেৱল চিকমিনিয়েই যথেষ্ট। তথাপিও যীচুৰ সৈতে যিসকলে প্ৰকৃততে মিলাপ্ৰীতি কৰিছিল আৰু তেওঁক চিনি প�োৱা বুলি দাবী কৰে, সেই ল�োকসকলৰ প্ৰামাণিক সম্ পৰ্কৰ প্ৰকৃতিৰ বিষয়ে স্পষ্ট কৰিবলৈ তেওঁ কেতিয়াও কুণ্ঠাব�োধ কৰা নাছিল। আচৰিত কথাট�ো হ’ল, যীচুৱে তেওঁক বুজি প�োৱা আৰু তেওঁৰ দ্বাৰা পৰিচিত হ�োৱাৰ মাপকাঠীক নিজৰ ধৰ্মমতৰ যুক্তিৰ যুক্তিযুক্ততা বা কেপষ্টোন পাঠ্যক্ৰমৰ শেষৰ কুইজত প�োৱা গ্ৰেড বুলি ধৰা নাছিল। বৰঞ্চ ক�োন�োবাই তেওঁক চিনি প�োৱা, বা সঁচাকৈয়ে ক’বলৈ গ’লে তেওঁৰ দ্বাৰা চিনি প�োৱা বুলি দাবী কৰাৰ অনস্বীকাৰ্য প্ৰমাণট�ো আছিল, নিম্ন আৰু দুৰ্বল ল�োকৰ প্ৰতি কৰা তেওঁল�োকৰ ব্যৱহাৰ। স্পষ্টকৈ ক’ব পাৰি যে, অচিনাকি আৰু উলংগ, ভ�োকাতুৰ আৰু পিয়াহত ভ�োগা, ৰ�োগী আৰু কাৰাগাৰত থকা ল�োকৰ লগত যি কর্ম কৰে, সেইট�োৱেই হৈছে যীচুক তেওঁ প্ৰকৃততে চিনি পাইছিল নে নাই, সেই দাবীৰ প্ৰকৃত লিটমাছ পৰীক্ষা। এইদৰে এই সৰল পাঠট�োত যীচুৱে তেওঁৰ অনুগামী, তেওঁৰ দাস, তেওঁৰ নেতা, তেওঁৰ শুভবার্তা প্ৰচাৰক হ�োৱাৰ অৰ্থ কি, তাক
2 পৃষ্ঠা 69 ধ্যান বা ভক্তি কৰা
Made with FlippingBook Digital Publishing Software