Evangelism and Spiritual Warfare, Assamese Mentor Guide

4 8 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

খ) প্ৰচাৰ কার্য “ক�োৱাৰ লগতে দেখুওৱা”ৰ নিচিনা: শুভবার্তা সংবাদপ্ৰদানকাৰী

১) ৰাজহু ৱা প্ ৰচাৰত

ক) যীচু খ্ৰীষ্টৰ বিষয়ে স্পষ্টতাৰ সৈতে (১) ঈশ্বৰৰ প্ৰতি মনপালটন আৰু যীচু খ্ৰীষ্টত বিশ্বাস কৰা, পাঁচনিৰ কর্ম ২০ : ২০-২৪ (২) যীচু খ্ৰীষ্ট আৰু তেওঁৰ ক্ৰুচীয় মৃত্যু প্ৰচাৰ কৰা, ১কৰিন্থীয়া ২ : ১-৫ খ) আন ল�োকৰ সন্মু খত দিয়া সাক্ষ্যই সেই ল�োকসকলৰ মন আৰু বিবেক মুকলি কৰে (১) খ্ৰীষ্টত ঈশ্বৰৰ সন্মু খত, ২ কৰিন্থীয়া ২ : ১৭ (২) ঈশ্বৰীয় আন্তৰিকতাৰে, সাধাৰণভাবে; ২ কৰিন্থীয়া ১ : ১২ (৩) শু ভবাৰ্ ত্তাৰ মুকলি বিবৃতি, ২ কৰ্িন্থীয়া ৪ : ২

2

২) ব্ যক্ তিগত সাক্ ষ্ যত

ক) ফিলীপ আৰু নপুংসক, পাঁচনিৰ কর্ম ৮ : ৩৫-৩৬

খ) ৰাজহুৱা আৰু ব্যক্তিগত, সকল�ো সময়তে সকল�ো ধৰণে প্ৰস্তুত; ২ তীমথিয় ৪ : ১-২

৩) বহুত পৰিশ্ৰম আৰু কষ্টৰ অনুসংগী হ�োৱা

ক) শুভবাৰ্ত্তাৰ বাবে দুখ-কষ্টৰ ভাগ বতৰা কৰা, ২ তীমথিয় ১ : ৮-৯

খ) খ্ৰীষ্টৰ বাবে মূৰ্খ হ�োৱা, ১ কৰিন্থীয়া ৪ : ১০-১৩

Made with FlippingBook Digital Publishing Software