Evangelism and Spiritual Warfare, Assamese Mentor Guide

/ 4 9

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

গ) প�ৌলৰ প্ৰতিশ্ৰুতিৰ অভিলেখ, ২ কৰিন্থীয়া ১১ : ২৩-২৭

ঘ) খ্ৰীষ্টৰ দুখ-কষ্টৰ অভাৱ পূৰণ কৰা, কলচীয় া ১ : ২৪

ঙ) পৰিচৰ্য্ যাত দুখ-কষ্ট সহন কৰা, ২ তীমথিয় ৪ : ৫

পৃষ্ঠা 183  4

III. শুভবার্তাতৰ ৰূপৰেখা : ৰ�োমীয়াসকলৰ প্ৰতি পত্ৰৰ ১০ : ৯-১০ পদৰ মূল তথ্য ৰ�োমীয় ১০ : ৯-১০ - কিয়ন�ো, তুমি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা I (10) কাৰণ ধাৰ্ম্মি কতাৰ নিমিওে হৃদয়েৰে বিশ্বাস কৰা হয়, পৰিত্ৰাণৰ নিমিওে মুখেৰে স্বীকাৰ কৰা হয় I

2

ক) দফা এক : আপুনি যদি আপ�োনাৰ মুখেৰে স্বীকাৰ কৰে : খ্ৰীষ্টৰ প্ৰভুত্ব

১) মূখেৰে কৰা স্বীকাৰ�োক্তি হৈছে, বিশ্বাস আৰু আনুগত্য এই দুয়োট াৰে চিহ্নৰ নিচিনা

২) স্বীকাৰ�োক্তিৰ বিষয়বস্তু হ’ল : সকল�োৰে ওপৰত যীচুখ্ৰীষ্টৰ পৰম সাৰ্বভ�ৌমত্ব

ক) যীচু মৰিল আৰু প্ৰভু হৈ জী উঠিল, ৰ�োমীয় ১৪ : ৭-৯

খ) সকল�োৱে এদিন যীচুক প্ৰভু বুলি স্বীকাৰ কৰিব, ফিলিপীয় া ২ : ৯-১১

খ) দফা দুই : যদি আপুনি আপ�োনাৰ হৃদয়ত বিশ্বাস কৰে : পাপৰ বাবে খ্ৰীষ্টৰ মৃত্যু, মৈদামত থ�োৱা আৰু পুনৰু ত্থিত হ’ল

১) সচাঁকৈ খ্ৰীষ্ট যীচু শাৰিৰীকভাবে মৰিল৷

Made with FlippingBook Digital Publishing Software