Evangelism and Spiritual Warfare, Assamese Mentor Guide

/ 5 7

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

IV. তেওঁ স্বর্গলর্গৈ উঠিল আৰু ঈশ্বৰৰ স�োঁহাতে বহিল : খ্ৰীষ্টৰ স্বর্গর্াৰ�োহণ আৰু সময়

ক. পিতৃৰ স�োঁ-হাতলৈ উঠিল : যীচু উচ্চ ৰাজকুমাৰ আৰু উদ্ধাৰকৰ্তা হিচাপে

১. পুনৰু ত্থিত যীচুলৈ সকল�ো ক্ষমতা দিয়া হ’ল, মথি ২৮ : ১৮ – ২০

২. যীচুৱে পিতৃৰ সৈতে তেওঁৰ উচ্চস্থানৰ পৰা শুভবার্তামূলক প্ৰচেষ্টাৰ নেতৃত্ব দিয়ে, পাঁচনিৰ কর্ম ২ : ৩২ – ৩৬

খ. স্বৰ্গত অধিৱেশন: যীচু সকল�োৰে ৰাজত্বকৰা প্ৰভু হিচাপে

2

১. যীচু হৈছে ঈশ্বৰৰ মহিমান্বিত পুত্ৰ, ঈশ্বৰৰ ৰাজপ্ৰতিনিধি, ইব্ৰী ১ : ১ – ৪

২. যীচু হৈছে মণ্ডলীৰ মুৰব্ বী, ইফিচীয় া ১ : ২০ – ২৩

৩. যীচু হৈছে শস্যৰ প্ৰভু, (মহান আদেশৰ দাতা)।

ক. তেওঁ সদায় আমাৰ অভিযানত আমাৰ সৈতে শেষলৈকে থাকিব, মথি ২৮ : ১৯ -২০

খ. তেওঁ শস্যৰ প্ৰভু, মথি ৯ : ৩৫ – ৩৮

v. তেওঁ পুনৰ তেওঁৰ ৰাজ্যক সম্ পূ ৰ্ণ কৰিবলৈ আহিব: যীচু খ্ৰীষ্টৰ আগন্তুক ৰাজত্ব।

ক. তেওঁ পুনৰ জীৱিত আৰু মৃতসকলৰ বিচাৰ কৰিবলৈ আহিব।

১. সকল�ো বিচাৰ যীচুক দিয়া হ’ল, য�োহন ৫ : ২১ – ২৩

Made with FlippingBook Digital Publishing Software