Evangelism and Spiritual Warfare, Assamese Mentor Guide
5 8 /
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
২. যীচু জীৱিত আৰু মৃতসকলৰ বিচাৰক হ’ব।
ক. পাঁচনিৰ কর্ম ১০ : ৪২
খ. ২ তীমথিয় ৪ : ১
৩. ঈশ্বৰে যীচুত ধাৰ্ম্ মিকতাৰে জগতক বিচাৰ কৰিব, পাঁচনিৰ কৰ্ ম্ম ১৭ : ৩১.
৪. সকল�োৱে খ্ ৰীষ্টৰ বিচাৰ আসনৰ সন্ মু খত উপস্ থিত হ’ব লাগিব, ২ কৰিন্থীয়া ৫ : ১০.
2
খ. তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহব।
১. শু ভবার্তা প্ৰচাৰ হৈছে খ্ ৰীষ্টত ঈশ্বৰৰ চিৰন্তন ৰাজ্যৰ ভৱিষ্যতবাণীমূলক প্ৰতিজ্ ঞাত শিপা ধৰা, গীত মালা ৮৯ : ৩৫ – ৩৭
২. যীচু হৈছে মানুহৰ পুত্ৰ, যিজনাই চিৰকাল ৰাজত্ব কৰিব, দানিয়েল ৭ : ১৩ – ১৪
৩. মৰিয়মলৈ গেব্ ৰিয়েল দূতৰ বাৰ্ত্তা আহিল : তেওঁ ল�োকসকলৰ ওপৰত ৰাজত্ব কৰিব আৰু তেওঁৰ ৰাজত্বৰ কেতিয়াও অন্ত নহব, লূক ১ : ৩০-৩৩।
উপসংহাৰ
» আন ল�োকক যীচুৰ ওচৰত জয় কৰিবলৈ আৰু ইতিমধ্ যে জয় কৰা ল�োকসকলক প্ৰশিক্ষণ দিবলৈ, আমি যীচু খ্ৰীষ্টৰ বিষয়ে থকা সত্য সমূহ জানিব লাগিব। প্ৰচাৰ কাৰ্য্ যই যীচু খ্ৰীষ্টক ব্যক্তি হিচাপে আৰু তেওঁৰ কাৰ্য্ যক আনৰ ওচৰত সাহসেৰে ঘ�োষণা কৰে! » যীচু ক�োন আৰু তেওঁ কি কৰিছিল সেই বিষয়ে এক সম্ পূ ৰ্ণ জ্ঞান আমাৰ হৃদয়ৰ বিশ্বাসত আৰু শুভবাৰ্ত্তাৰ কেন্দ্ৰত আছে। » শুভবাৰ্তাৰ মতবাদমূলক বার্তাত যি বিষয়বস্তু সমূহ নাইচেন ক্ ৰীডত অন্তৰ্ভুক্ত আছে, সেই বিষয় সমূহে যীচুৰ অৱতাৰ, দূখভ�োগ, পুনৰুত্থান, স্বর্গাৰ�োহণ আৰু দ্বিতীয়
Made with FlippingBook Digital Publishing Software