Evangelism and Spiritual Warfare, Assamese Mentor Guide
/ 7 7
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
২. আপ�োনাৰ চুবুৰীয়া আৰু ডাঙৰ সম্প্ৰদায়ত, ১ পিতৰ ৩ : ৮ – ১২
৩. বাহিৰৰ ল�োকৰ সৈতে আপ�োনাৰ সম্ পৰ্ক ৰক্ষাত
ক) কলচীয় া ৪ : ৫ – ৬
খ) গীত মালা ৯০ : ১২
গ) মথি ১০ : ১৬
ঘ) ১ পিতৰ ৩ : ১৫ – ১৬
3
পৃষ্ঠা 190 4
III. ভাল কামৰ বাবে এক উৎসাহ : দৰিদ্ৰল�োকৰ প্ৰতি ন্যায় আৰু দয়া
ক. বিশ্বাসয�োগ্য নগৰীয়া প্ৰচাৰকাৰ্য্ যৰ বাবে ভাল কামৰ য�োগেদি উৎসাহ দিবলৈ কিয় ইমান গুৰু ত্বপূৰ্ণ?
১. দৰিদ্ৰ ল�োকসকলক আধ্যাত্মিক জীৱনীশক্তিৰ বেৰ�োমিটাৰ হিচাপে ব্যৱহাৰ কৰা, যিচয়া ৫৮ : ৫ – ১২
২. যি বিশ্বাস জীয়াই আছে, যাক�োব ২ : ১৪ – ১৭
৩. ঈশ্বৰৰ আভ্যন্তৰীণ প্ৰেমৰ প্ৰমাণ হিচাপে, ১ য�োহন ৩ : ১৬ – ১৮
৪. ধৰ্ ম্মক ইয়াৰ বিশুদ্ধ ৰূপত প্ৰদৰ্শন কৰাৰ প্ৰতীক স্বৰূপে, যাক�োব ১ : ২৭
৫. স্ব-ইচ্ ছাই প্ৰভু যীচুক পৰিচর্যা কৰাৰ চিহ্ন স্বৰূপে, মথি ২৫ : ৪১ - ৪৬
Made with FlippingBook Digital Publishing Software