Evangelism and Spiritual Warfare, Assamese Mentor Guide
7 8 /
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
খ) পৰিচর্যাকাৰীসকলে দৰিদ্ৰ ল�োকৰ প্ৰতি ভালপ�োৱা, সেৱা আৰু ন্যায় প্ৰদান কৰা জীৱনশৈলী গ্ৰহণ কৰক
১. তেওঁল�োক বাস কৰা ঠাইলৈ যাওক, তাত কাম কৰক আৰু খেলক আৰু তাত তেওঁল�োকক সেৱা কৰক, য�োহন ১২ ; ২৪ – ২৬
২. বুদ্ধিমান হওক, মথি ৬ : ২ – ৪
৩. যিসকল দৰিদ্র, তেওঁল�োকৰ প্ৰতি উদাৰ হওঁক, ২ কৰিন্থীয়া ৯ : ৬ – ৮
৪. যিসকলে অনুগ্ৰহ ঘূৰাই দিব ন�োৱাৰে তেওঁল�োকক সেৱা কৰক
ক) লূক ১৪ : ১২ - ১৪
3
খ) লূক ৬ : ৩২ – ৩৬
৫. আপ�োনাৰ নিজৰ সামগ্ৰীৰ পৰা ভাগ বতৰা কৰক, ১ য�োহন ৩ : ১৬ – ১৮
৬. ধনী আৰু শক্তিশালী ল�োকসকলক ক�োন�ো ধৰণৰ পক্ষপাতিত্ব নকৰিব, যাক�োব ২ : ৫ - ৬
প্ৰচাৰ কাৰ্য্ য হৈছে এক জীৱনধাৰা, পৃথিৱীত এক প্ৰকাৰৰ জীৱন যাপন, য’ত আমাৰ আচৰণ আৰু সম্ পৰ্ক ই যীচুৰ প্ৰতি থকা আমাৰ আনুগত্য ৰক্ষা কৰে আৰু আমাৰ বাবে শু ভবাৰ্ ত্ তা আন ল�োকৰ সৈতে ভাগ বতৰা কৰাৰ পথ প্ৰশস্ত কৰে।
“হেৰু ওৱা ল�োকসকলৰ সৈতে শুভবাৰ্ত্তা ভাগ বতৰা কৰক, আৰু প্ৰয়োজন হ’লে প্ৰয়�োজনীয় শব্দ ব্যৱহাৰ কৰক!” ~ চেণ্ট ফ্ৰান্সিচ (St. Francis)
Made with FlippingBook Digital Publishing Software