Evangelism and Spiritual Warfare, Assamese Mentor Guide
/ 9 1
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
৯) পবিত্ৰ আত্মাক বৃহত্তৰ পৰিচৰ্যাৰ বাবে প্ৰৱেশ বিন্দু হিচাপে oikos ভিতৰৰ যিক�োন�ো এটা সম্ পৰ্ক ল�োৱাৰ সুয�োগ সুবিধা দিয়ে
গ) নগৰীয়া শুভবার্তা প্ৰচাৰত oikos ৰ প্ৰভাৱ
১) চুবুৰী বা প্ৰকল্পত পৰিচর্যা কৰ�োতে কেৱল ব্যক্তিৰ কথা নহয়, সমগ্ৰ নেটৱৰ্কৰ কথা ভাবিব।
২) আপ�োনাৰ সেৱা ঈশ্বৰে প্ৰদান কৰা সম্পৰ্ক আৰু য�োগায�োগৰ পৰা আৰম্ভ কৰক।
৩) আপ�োনাৰ সেৱা কর্মত নতুন গ�োটক লক্ষ্য কৰি লওঁতে জনগাঁথনিগত কাম কৰক।
3
৪) নতুন বিশ্বাসীসকলৰ সহায়, তৎক্ষণাত তেওঁল�োকৰ oikos ‘ৰ বাবে “পাঁচনি” হিচাপে লওক (যেনে, আন্দ্ৰিয়ই পিতৰলৈ [য�োহন ১], চমৰীয়া মহিলাগৰাকীয়ে নিজৰ গৃহ চহৰলৈ, [য�োহন ৪])।
৫) সম্ পৰ্কব�োৰক oikos ৰ গভীৰতালৈ সম্প্ৰসাৰণ কৰাৰ উপায় বিচাৰক।
৬) বিশ্বাসীয়ে বিশ্বাসীসকলক তেওঁল�োকৰ বিশ্বাসক নিজৰ জাল আৰু বৃত্তৰ ভিতৰত ভাগ-বতৰা কৰিবলৈ প্ৰশিক্ষণ দিয়ক; তেওঁল�োকৰ কাৰণে আত্মাৰ ক্ষমতাৰ বাবে প্ৰাৰ্থনা কৰক, পাঁচনিৰ কৰ্ম ১৬ অধ্যায়।
উপসংহাৰ
» নগৰত শু ভবাৰ্তা প্ৰচাৰ কৰা আৰু শু ভবার্তা শু নাসকলৰ বাবেও সামঞ্জস্যপূৰ্ণ, প্ৰচলিত মধ্যস্থতামূলক প্ৰাৰ্থনাৰ কাৰ্যসূচী স্থাপন কৰা শুভবার্তা প্ৰচাৰ কর্মৰ সৈতে জড় িত। » ফলপ্ৰসূ আৰু বিস্তৃতভাবে শুভবার্তা প্ৰচাৰ কৰা প্ৰচাৰকসকলে তেওঁল�োকৰ ব্যক্তিগত সাক্ষ্য ভাগ কৰি আত্ মা জয় কৰিবলৈ ব্যক্তিগতভাবে খ্ৰীষ্টানসকলক সজ্জিত কৰিব।
Made with FlippingBook Digital Publishing Software