Evangelism and Spiritual Warfare, Assamese Mentor Guide
9 2 /
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
» হেৰুৱা ল�োকসকলৰ বাবে সকল�ো নগৰীয়া শুভাবার্তা প্ৰচাৰ সেৱাত ৰাজহুৱাভাবে প্ৰচাৰ আৰু ব্যক্তিগতৰূপত শুভবার্তা প্ৰচাৰ কৰা এক জটিল আৰু প্ৰয়�োজনীয় উপাদান। » বিভিন্ন ঘৰু ৱা নেটৱৰ্কলৈ প্ৰাৰ্থনামূলক প্ৰচাৰৰ জৰিয়তে, বা প্ৰতিজন খ্ৰীষ্টানৰ নিজৰ নিজৰ প্ৰভাৱৰ ক্ষেত্ৰত ব্যক্তিগত oikos ‘ৰ জৰিয়তে, বন্ধু আৰু আত্ মীয়তাৰ সম্ পৰ্কৰে সম্ পূ ৰ্ণ নেটৱৰ্কত কেন্দ্ৰীভূতভাৱে প্ৰৱেশ কৰিব পাৰি।
দ্বিতীয় ভিডিঅ’ খণ্ডত থকা সামগ্ ৰীসমূহ পৰ্যাল�োচনা কৰাত সহায় কৰিবলৈ তলৰ প্ৰশ্নসমূহ সৃষ্টি কৰা হৈছে। ম�ৌখিকভাৱে শুভবাৰ্তা ভাগ-বতৰা কৰাত গুৰু ত্ব দিয়া হৈছিল, বিশেষকৈ প্ৰাৰ্থনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গু ৰু ত্ব আৰ�োপ কৰা হৈছিল, ব্যক্তিগত আৰু ৰাজহুৱা শু ভবাৰ্তা প্ৰচাৰৰ বাবে আৰু আমি যি ল�োকসকলৰ মাজত শুভবাৰ্তা ভাগ-বতৰা কৰ�োঁ, তেওঁল�োকৰ ব্যক্তিগত প্ৰভাৱ বা Oikos (Oikos মূল গ্ৰীক শব্দ, ইয়াৰ অর্থ “পৰিয়ালবর্গ) ৰ ওপৰত বিশেষ গুৰু ত্ব দিয়া হৈছিল। আপ�োনাৰ উত্তৰত স্পষ্ট আৰু সংক্ষিপ্ত হওক, আৰু সম্ভৱ হ’লে শাস্ত্ৰৰ দ্বাৰা সমৰ্থন কৰক! ১. সকল�ো ফলপ্ৰসূ নগৰীয়া শুভবার্তা প্ৰচাৰত প্ৰাৰ্থনা কিয় ইমান প্ৰয়�োজনীয় উপাদান? চহৰ এখনত অৰ্থপূৰ্ণ শুভবার্তা প্ৰচাৰৰ ভেটি স্থাপন কৰিবলৈ কৰা প্ৰাৰ্থনাৰ ধৰণৰ বৈশিষ্ট্য কি? ২. আমি গাঁথনিগত নগৰীয়া শুভবার্তা প্ৰচাৰৰ বাবে প্ৰস্তুতি চল�োৱাৰ সময়ত, কেন্দ্ৰীভূত মধ্যস্থতাকাৰীমূলক প্ৰাৰ্থনাৰ জৰিয়তে, নিজকে সংগঠিত কৰিব পৰা কিছুমান নিৰ্ দিষ্ট উপায় কি কি? ৩. নিজৰ সাক্ষ্য ভাগ কৰিব পৰাট�ো নগৰীয়া শুভবার্তা প্ৰচাৰৰ বাবে অতি গুৰু ত্বপূৰ্ণ। ব্যক্তিগতভাবে আত্ মা-বিজয়ীৰ কাৰ্য্ যকলাপত কি কি উপাদান জড় িত হৈ থাকে? ৪. নতুন নিয়মত উল্লেখ থকা দুটা দৃষ্টান্ত তালিকাভুক্ত কৰক, য’ত এজন ব্যক্তি বা এটা সৰু ব্যক্তিগত গ�োটক ব্যক্তিগতভাৱে শুভবার্তা প্ৰচাৰৰ সাক্ষ্য দিয়া হৈছে। এইব�োৰ উদাহৰণৰ পৰা ব্যক্তিগতভাবে আত্ মা জয় কৰাৰ বিষয়ে আমি কি শিকিবলৈ পাওঁ? ৫. আপ�োনাৰ ব্যক্তিগত সাক্ষ্য ভাগ-বতৰা কৰাৰ বাবে বুঢ়া আঙুলিৰ নিয়ম কি, আৰু আপুনি আপ�োনাৰ ব্যক্তিগত বিশ্বাসৰ সাক্ষ্য আনৰ সৈতে ভাগ-বতৰা কৰিবলৈ কেনেকৈ সৰ্ বোত্তম প্ৰস্তুতি চলায়? ৬. খ্ৰীষ্টত এজন ল�োকৰ বিশ্বাস স্পষ্ট হবলৈ হলে, বাইবেলৰ বিষয় সম্ পর্কত আৰু ব্যক্তিগত সাক্ষ্যত কি কি উপাদান অন্তৰ্ভুক্ত কৰিব লাগিব? ৭. আপ�োনাৰ সাক্ষ্য লিখি উলিয়াওক। আপুনি ৩ মিনিট বা তাতকৈ কম সময়ত শাস্ত্ৰৰ সৈতে আপ�োনাৰ ব্যক্তিগত বিশ্বাসৰ সাক্ষ্য দিব পাৰিবনে? আপ�োনাৰ ব্যক্তিগত সাক্ষ্যৰ ওপৰত এটা সংস্কৰণ লিখক, যিয়ে আপ�োনাক এইট�ো কৰিবলৈ অনুমতি দিয় ে।
খণ্ড ২
ছাত্ৰৰ প্ৰশ্ন আৰু উত্তৰ
পৃষ্ঠা 192 8
3
Made with FlippingBook Digital Publishing Software