Evangelism and Spiritual Warfare, Assamese Student Workbook
5 2 /
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
৬. যীচু খ্ৰীষ্টত ঈশ্বৰৰ পৰিত্ৰাণৰ শুভবাৰ্ত্তা প্ৰকাশ কৰাৰ সময়ত আমি কেনে উপাদানব�োৰৰ বিষয়ে সম্ পূ ৰ্ণৰূপে স্পষ্ট হ�োৱা উচিত? শুভবার্তা উপস্থাপনত ক্ৰুচৰ বাৰ্ত্তাই কি ভূমিকা পালন কৰে? ৭. যীচু আৰু পাঁচনিসকলৰ মতে আন ল�োকৰ আগত প্ৰকৃতৰূপত শুভবাৰ্ত্তা উপস্থাপন কৰিবলৈ যাওঁতে শুভবার্তাৰ বাবে শ্ৰম আৰু কষ্টৰ সম্ পৰ্ক কি? ৮. ৰ�োমীয়া ১০.৯-১০ পদ অনুসৰি স্বীকাৰ�োক্তি আৰু বিশ্বাসৰ মাজত থকা সম্ পৰ্ক কি? ঈশ্বৰে ৰক্ষা কৰিবলৈ হলে বিশ্বাসী জনে কি স্বীকাৰ কৰিব লাগিব আৰু কি বিশ্বাস কৰিব লাগিব? ৯. যীচু খ্ৰীষ্টৰ শাৰীৰিক পুনৰু ত্থানৰ বিষয়ে অস্বীকাৰ কৰিলে এজন ব্যক্তিক ক্ষমা কৰি ৰক্ষা কৰিব পাৰি নে? যদি ৰক্ষা কৰিব পাৰি, তেনেহলে কিয় পাৰি বা যদি ন�োৱাৰি, তেনেহলে কিয় ন�োৱাৰি? ১০. যিজনে যীচু ক প্ৰভু বুলি স্বীকাৰ কৰে আৰু তেওঁল�োকৰ হৃদয়ত বিশ্বাস কৰে যে ঈশ্বৰে তেওঁক মৃতল�োকৰ মাজৰ পৰা উঠালে, সেই ল�োকসকলৰ বাবে ৰ�োমীয়া ১০.১০ পদত নিশ্চিত প্ৰতিজ্ ঞা কি?
2
প্ৰচাৰ কাৰ্য্ য : ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা সমূহৰ বিষয়বস্তু খণ্ড 2 : নাইচনে ক্ ৰীড সমল ৰেভাঃ ড০ ডন এল. ডেভিচ
খ্ৰীষ্ট কেন্দ্ৰিক প্ৰচাৰ কামট�োৱে হৈছে প্ৰামাণিক প্ৰচাৰ কাৰ্য্ য; আন কথাত কবলৈ হ’লে, এই প্ৰচাৰ কার্যৰ মূল হ’ল ব্যক্তি হিচাপে নাচৰতৰ যীচু ৰ বিষয়ে আৰু তেওঁৰ কাম আৰু তেওঁৰ মৃত্যু আৰু তেওঁক মৈদামত সমাথি দিয়া আৰু মৈদামৰ পৰা পুনৰু ত্থান হ�োৱাৰ বিষয়ে কৰা দাবীৰ ওপৰত কেন্দ্ৰিভুত কধা। ঈশ্বৰ-সন্মানীয় সকল�ো প্ৰচাৰকাৰ্য্ যৰ বাবে যীচু ৰ আৱশ্যকীয় মতবাদক বুজি প�োৱাট�ো অতি আৱশ্যক, আৰু নাইচেন ক্ৰিডে যীচু ক�োন আৰু পৃথিৱীত তেওঁৰ প্ ৰৱেশৰ দ্বাৰা ঈশ্বৰে কি প্ৰস্তুত কৰিছিল সেই বিষয়ে এক সঠিক কথা বাইবেলৰ দ্বাৰা অৱগত কৰি ঐতিহাসিকভাৱে স্বীকৃত সাক্ষ্য প্ৰদান কৰে। এই খণ্ডট�োৰ বাবে আমাৰ উদ্দেশ্য হৈছে, নাইচেন ক্ৰীড সমল সম্ পর্কে আপ�োনাক চাবলৈ সক্ষম কৰা : • আন ল�োকক যীচু ৰ ওচৰলৈ আনি জয় কৰিবলৈ আৰু ইতিমধ্ যে জয় কৰা ল�োকসকলক প্ৰশিক্ষণ দিবলৈ হ’লে আমি যীচু খ্ৰীষ্টৰ বিষয়ে থকা সত্য সমূহ জানিব লাগিব। প্ ৰচাৰকাৰ্য্ যই যীচু খ্ৰীষ্টক ব্যক্তি হিচাপে আৰু তেওঁৰ কৰ্ ম্ম সমূহৰ বিষয়ে ল�োকসকলক কৈছে!
খণ্ড ২ৰ সাৰাংশ
Made with FlippingBook Learn more on our blog