Evangelism and Spiritual Warfare, Assamese Mentor Guide
/ 1 5 1
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
পৰম্পৰা (অব্যাহত)
৫) পাঁচনি প�ৌলে প্ৰায়ে মতবাদৰ আচৰণত সমৰ্থনথ ৰ বাবে পৰম্পৰাৰ প্ৰতি আবেদন অন্তৰ্ভুক্ভু ত কৰিছে। ১ কৰিন্থীয়া ১১ : ১৬ (১ কৰিন্থীয়া ১ : ২, ৭ : ১৭, ১৫ : ৩ পদৰ সৈতে তুলনা কৰক)। ১ কৰিন্থীয়া ১৪ : ৩৩-৩৪ ৬) যেতিয়া ক�োন�ো মণ্ডলীয়ে “ঈশ্বৰৰ বাক্য”ৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ গ্ৰহণ কৰা পৰম্পৰা ব্যৱহাৰ কৰে, তেতিয়া তেওঁল�োকক পাঁচনিসকলে প্ৰশংসা কৰে। ১ কৰিন্থীয়া ১১ : ২
২ থিচলনীকীয়া ২ : ১৫ ২ থিচলনীকীয়া ৩ : ৬
পৰিশিষ্ট ক
পৰম্পৰাৰ প্ৰতিষ্ঠাপকসকল : তিনিটা স্তৰৰ খ্ৰীষ্টান কৰ্তৃত্তৃ ব
যাত্ৰাপুস্তক ৩ : ১৫
১) কৰ্তৃত্তৃ বশীল পৰম্পৰা : পাঁচনি আৰু ভাববাদী (পবিত্ৰ শাস্ত্ৰ) ইফিচীয়া ২ : ১৯-২১
~ পাঁচনি প�ৌল
ঈশ্বৰে তেওঁৰ পৰিত্ৰাণৰ কাম সেই ল�োকসকলৰ ওচৰত প্ৰকাশ কৰিলে, যিসকলে তেওঁৰ মহিমাৰ প্ৰত্যক্ষ সাক্ষী দিব, প্ৰথমে ইস্ৰায়েলত আৰু শেষত যীচু খ্ৰীষ্ট মচীহত। এই সাক্ষ্য সকল�ো মানুহৰ বাবে, সকল�ো সময়তে আৰু সকল�ো ঠাইতে বাধ্যতামূলক। ই কৰ্তৃত্বশীল পৰম্পৰাৰ দ্বাৰা পৰৱৰ্তী পৰম্পৰাৰ সকল�ো বিচাৰ কৰা হয়।
২. মহান পৰম্পৰা : সর্বজব নীন পৰিষদ আৰু ইয়াৰ ধর্মবমিশ্বাস বা ক্ ৰীড (Creeds) 2 যিট�ো সকল�োতে, সদায়, আৰু সকল�োৱে বিশ্বাস কৰা হৈছে।
২ এই নথিখনৰ শেষৰ পৰিশিষ্ট খ, “মহান পৰম্পৰাৰ সংজ্ ঞা” চাওক।
~ ভিনচেণ্ট অৱ লেৰিন্স (Vincent of Lerins)
মহান পৰম্পৰা হৈছে গীৰ্ জা ৰ মূল ধর্মমত (বিধান বা মতবাদ)। ই গীৰ্ জা ৰ শিক্ষাক প্ৰতিনিধিত্ব কৰে আৰু এইদৰে ই কৰ্তৃত্বশীল পৰম্পৰা (পবিত্ৰ শাস্ত্ৰ) বুজি পাবলৈ আৰু
Made with FlippingBook Digital Publishing Software