Evangelism and Spiritual Warfare, Assamese Mentor Guide

/ 1 6 7

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

• নেতৃত্বৰ সিদ্ধান্তৰ প্ৰয়োজন হ�োৱা পৰিচর্যাৰ পৰিস্থিতিৰ পৰা ইয়াৰ সৰ্ বোত্তম সঁহাৰি কি হ’ব, ইয়াৰ ওপৰত কেছ ষ্টডি উপস্থাপন কৰক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত আল�োচনা কৰক ৷ • “অন্ত্যেষ্টিক্ৰিয়াৰ কার্যসূচীত বাক্য প্ৰচাৰ কৰাৰ সময়ত এজন পৰিচর্যাকাৰীৰ বাবে সত্য বা দয়ালু হ�োৱাট�ো অধিক গুৰুত্বপূৰ্ণ নেকি? যদি গুৰুত্বপূর্ণ হয়, তেনেহলে কিয় ?” যি পদ্ধতিয়ে বাছি ল�োৱা নহওক কিয় , সফল য�োগায�োগ অংশৰ চাবিকাঠি হ’ল, য�োগায�োগৰ পৰা পাঠৰ বিষয়বস্তুলৈ পৰিৱৰ্তন কৰা। য�োগায�োগ অংশৰ পৰিকল্পনা কৰাৰ সময়ত, শিক্ষকসকলে এটা পৰিৱৰ্তনমূখী বিবৃতি লিখি উলিয়াব লাগে; যিয়ে য�োগায�োগৰ পৰা পাঠৰ বিষয়বস্তুলৈ এটা দলং নিৰ্মাণ কৰাৰ দৰে সংয�োগ স্থাপন কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি পাঠৰ বিষয়বস্তু এই সত্যৰ ওপৰত আছিল যে পবিত্ৰ আত্ মা এজন ঐশ্বৰিক ব্যক্তি, যি ঈশ্বৰত্বৰ সম্ পূ ৰ্ণ সদস্য, তেন্তে য�োগায�োগ কাৰ্য্ যকলাপট�ো হ’ব পাৰে ছাত্ৰ-ছাত্ৰীসকলক দ্ৰুতভাৱে এনে এটা প্ৰতীক আঁকিবলৈ দিয়ক; যিয়ে তেওঁল�োকৰ বাবে পবিত্ৰ আত্মাক সৰ্ বোত্তমভাৱে প্ৰতিনিধিত্ব কৰে। তেওঁল�োকে তেওঁল�োকৰ অংকনসমূহ শ্বেয়াৰ কৰাৰ পিছত আৰু তেওঁল�োকে কি কৰিলে, কিয় এইট�ো কৰিবলৈ বাছি লৈছিল, সেই বিষয়ে আল�োচনা কৰাৰ পিছত, শিক্ষকজনে তলত দিয়া শাৰীসমূহৰ সৈতে এটা পৰিৱৰ্তনমূখী বিবৃতি দিব পাৰে : যিহেতু পবিত্ৰ আত্মাক প্ৰায়ে পিতৃ বা পুত্ৰৰ দৰে মানুহৰ প্ৰতিমূৰ্ তি নিচিনাকৈ ভবা নহয়, কিয়ন�ো বাইবেল শাস্ত্ৰত জুই বা তেলৰ প্ৰতীকেৰে পবিত্ৰ আত্মাক প্ৰতিনিধিত্ব কৰা হয়৷ সেয়েহে কেতিয়াবা মানুহক বুজাত সহায় কৰাট�ো কঠিন হয় যে পবিত্ৰ আত্ মা হৈছে ত্ৰিত্ব ঈশ্বৰত্বৰ ভিতৰৰ এজন পূৰ্ণ ব্যক্তি, যিয়ে পিতৃ ঈশ্বৰ বা যীচু খ্ৰীষ্টৰ দৰে ব্যক্তিগতভাৱে চিন্তা কৰে, কাম কৰে আৰু কথা কয়। এই পাঠত আমি পবিত্ৰ আত্ মা যে কেৱল “ঈশ্বৰৰ শক্তি”ৰ প্ৰতীকতকৈও অধিক সেই কথা বুজিবলৈ শাস্ত্ৰৰ ভিত্তি স্থাপন কৰিব বিচাৰ�ো আৰু আমি আমাৰ মণ্ডলীৰ ল�োকসকলৰ আগত এই কথা স্পষ্ট কৰিব পৰা উপায়ৰ বিষয়ে চিন্তা কৰিব বিচাৰ�ো। এইট�ো এটা সহায়ক পৰিৱৰ্তনৰ বিবৃতি, কাৰণ ই ছাত্ৰ-ছাত্ৰীসকলক পাঠৰ বিষয়বস্তুৰ পৰা কি আশা কৰিব পাৰে সেই দিশলৈ নিৰ্ দেশ দিয়ে আৰু পিছত আহিবলগীয়া সংয�োগ অংশত আল�োচনা হ’ব পৰা কিছুমান কথাৰ বাবেও তেওঁল�োকক প্ৰস্তুত কৰে। যদিও আপুনি য�োগায�োগ অংশৰ সময়ত ছাত্ৰৰ সঁহাৰিৰ ওপৰত ভিত্তি কৰি আপ�োনাৰ পৰিৱৰ্তনৰ বিবৃতিট�ো খাপ খুৱাব পাৰে, কিন্তু পৰিকল্পনাৰ সময়ত কি ক�োৱা হ’ব সেই বিষয়ে চিন্তা কৰাট�ো গুৰু ত্বপূৰ্ণ। আপুনি সৃষ্টি কৰা য�োগায�োগ অংশৰ মূল্যায়নৰ বাবে তিনিটা উপয�োগী প্ৰশ্ন হ’ল : • সৃষ্টিশীল আৰু আকৰ্ষণীয় নেকি?

Made with FlippingBook Digital Publishing Software