Evangelism and Spiritual Warfare, Assamese Mentor Guide

/ 1 7 5

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

যিচয়া. ২৭:১ - সেই দিনা যিহ�োৱাই তেওঁৰ চ�োকা, ডাঙৰ, আৰু শকত তৰ�োৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ য�োৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুট�োক বধ কৰিব। মার্ক ১:২৪ - “হে নাচৰতীয়া যীচু, আপ�োনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি ক�োন, মই জান�ো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন”। লূক ১০:১৮ - যীচুৱে তেওঁল�োকক ক’লে, “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিল�োঁ। য�োহন ১২:৩১ - এতিয়া এই জগতৰ স�োধ-বিচাৰ হৈছে; এতিয়া এই জগতৰ অধিকাৰীক বাহিৰ কৰা হ’ব; য�োহন ১৬:১১ -... কিয়ন�ো এই জগতৰ অধিকাৰীৰ স�োধ-বিচাৰ কৰা হ’ল। ৰ�োমীয় া. ১৬:২০ - আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি স�োনকালে চয়তানক ত�োমাল�োকৰ ভৰিৰ তলত মৰ্ নদ্দ কৰিব। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ ত�োমাল�োকৰ লগত থাকক। কলচীয় া. ২:১৫ - তেওঁ সকল�ো আধিপত্য আৰু শাসনকৰ্তাব�োৰক অপসাৰিত কৰিলে, আৰু তেওঁল�োকক মুকলিভাবে প্ৰকাশিত কৰিলে আৰু তেওঁৰ ক্ৰুচৰ য�োগেদি এটা বিজয়ৰ শ�োভাযাত্ৰাত তেওঁল�োকক চালিত কৰিলে৷ ইব্ৰী. ২:১৪ - ঈশ্বৰৰ সেই সকল�ো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে৷ ১ য�োহন ৩:৫ - ত�োমাল�োকে জানা যে, পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ’ল আৰু তেওঁত ক�োন�ো পাপ নাই। প্ৰকাশিত বাক্য ২০:২-৩ - তেওঁ সেই ড্ৰেগন, সেই পুৰণি সৰ্প;a যি দিয়াবল আৰু চয়তান, তাক ধৰি, এহেজাৰ বছৰলৈ বান্ধি ৰাখিলে৷ দূত জনে সেই অগাধ ঠাইত তাক পেলাই দি, সেই ঠাইৰ মুখ বন্ধ কৰিলে, আৰু তাৰ ওপৰত চাব মাৰি দিলে৷ তাক এনেদৰে অগাধ ঠাইত পেলাই দিয়াৰ কাৰণ এয়ে যে, সি যেন জাতিব�োৰক, যেতিয়ালৈ সেই এহেজাৰ বছৰ পুৰ নহয়, তেতিয়ালৈকে ভুলাব ন�োৱাৰে৷ তাৰ পাছত অলপ কালৰ বাবে সি মুক্ত হ’ব লাগিব। প্ৰকাশিত বাক্য. ২০:১০ - আৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰ�োবৰত পেল�োৱা হ’ল, যত সেই পশু আৰু ভাঁৰি-ক�োৱা ভাববাদীও আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভ�োগ কৰিব।

Made with FlippingBook Digital Publishing Software