Evangelism and Spiritual Warfare, Assamese Mentor Guide
/ 1 7 7
শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ
যদি প্ৰথম খণ্ডট�োৱে শুভবার্তা প্ৰচাৰত পূৰ্ বে ধাৰণা কৰা সমস্যাট�োৰ ৰূপৰেখা দাঙি ধৰিছে, তেন্তে এই দ্বিতীয় খণ্ডট�োৱে পৰিত্ৰাণে প্ৰদান কৰা সমাধানৰ ওপৰত মন�োনিৱেশ কৰিব, যিয়ে প্ৰকৃততে সমস্যাট�োৰ প্ৰতিকাৰ কৰিব। আৰম্ভণিৰে পৰাই আপুনি দেখিছে যে পৰিত্ৰাণৰ সংজ্ ঞা চয়তানৰ শক্তি আৰু অভিশাপৰ প্ৰভাৱৰ পৰা মুক্তিৰ ক্ষেত্ৰত কৰা হৈছে আৰু সেয়েহে এই মুক্তিৰ ঘ�োষণা আৰু প্ৰদৰ্শন হিচাপে শুভবার্তা প্ৰচাৰ আৰু ইয়াৰ মূলতে আছে আত্মিক যুদ্ধ। প্ৰতিবাৰেই এজন ব্যক্তিয়ে প্ৰভুক গ্ৰহণ কৰাৰ সময়ত আত্মিক ক্ষেত্ৰত হিংসা সংঘটিত হৈ আছে। লূকৰ এই পাঠট�ো মন কৰক : লূক ১১:১৭-২৩ - কিন্তু যীচুৱে তেওঁল�োকৰ মনৰ ভাব বুজি পায় ক’লে, “যদি ক�োন�ো ৰাজ্য নিজৰ বিৰু দ্ধে ভিন ভিন হয়, তেনেহলে সেই ৰাজ্য উছন্ন হয় আৰু এখন ঘৰত যদি নিজৰ ভিতৰতে বিভেদ জন্মে, সেই ঘৰ খন�ো বিনষ্ট হয়৷ ১৮ চয়তান যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ ত�োমাল�োকে কৈছা যে, মই বেলচবূব ৰ দ্বাৰাই ভূতব�োৰক খেদাও৷ ১৯ যদি মই বেলচবূব ৰ দ্বাৰাই ভূতব�োৰক খেদাও, তেনেহলে ত�োমাল�োকৰ অনুগামী সকলে কাৰ দ্বাৰাই খেদায়? এই কাৰণে তেওঁল�োক ত�োমাল�োকৰ বিচাৰক হব। ২০ কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতব�োৰক খেদাও, তেনেহলে ঈশ্বৰৰ ৰাজ্য অৱশ্ যে ত�োমাল�োকৰ মাজলৈ আহিল। ২১ যেতিয়া এজন বলৱান ল�োকে অস্ত্ৰ-শস্ত্ৰৰে ভালকৈ সুসজ্জিত হৈ নিজৰ ঘৰ খন পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্ পত্তি সুৰক্ষিত হৈ থাকে; ২২ কিন্তু যেতিয়া তেওঁতকৈ আন এজন বলৱান ল�োক আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই বলৱান ল�োক জনে তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰব�োৰৰ সৈতে তেওঁৰ সকল�ো সম্ পত্তি লুণ্ঠন কৰে। ২৩ যি ব্যক্তি ম�োৰ ফলীয়া নহয়, তেওঁ ম�োৰ বিপক্ষ আৰু যি ক�োন�োৱে ম�োৰে সৈতে নচপায়, তেওঁ সিচিঁ পেলায়। এই খণ্ডত বাক্য আকাৰত লিখা ম�ৌলিক সত্যসমূহ (অৰ্থাৎ উদ্দেশ্যসমূহ) তালিকাভুক্ত কৰা হৈছে, যিব�োৰ ছাত্ৰ-ছাত্ৰীসকলে এই পাঠৰ পৰা, অৰ্থাৎ ভিডিঅ’সমূহৰ পৰা আৰু তেওঁল�োকৰ সৈতে আপ�োনাৰ নিৰ্ দেশিত আল�োচনাৰ পৰা লাভ কৰিব লাগিছিল। এই ধাৰণাসমূহ স্ পষ্টভাৱে সংজ্ঞায়িত আৰু সযতনে বিবেচনা কৰাট�ো নিশ্চিত কৰক, কাৰণ তেওঁল�োকৰ কুইজৰ কাম আৰু পৰীক্ষাসমূহ এই বস্তুসমূহৰ পৰা প�োনপটীয়াকৈ ল�োৱা হ’ব। ছাত্ৰ-ছাত্ৰীসকলে ধাৰণাসমূহৰ সত্যৰ লগতে ইয়াৰ কিছুমান উল্লেখয�োগ্য পৰিণতি দুয়োট াকে ধৰি ল�োৱাট�ো নিশ্চিত কৰাট�ো অতি প্ৰয়োজনীয়। অৰ্থাৎ এই সাৰাংশই আপ�োনাৰ ছাত্ৰ ছাত্ ৰীসকলে পাঠট�োৰ পৰা কি বুজিব বিচাৰে, আৰু যিব�োৰ ধাৰণাৰে তেওঁল�োকক পৰীক্ষা কৰা হ’ব, তাৰ মূল কথাট�োকে প্ৰতিনিধিত্ব কৰে।
8 পৃষ্ঠা 26 ২ নং খণ্ডৰ সাৰাংশ
9 পৃষ্ঠা 32 মূল ধাৰণাসমূহৰ সাৰাংশ
Made with FlippingBook Digital Publishing Software