Evangelism and Spiritual Warfare, Assamese Mentor Guide

1 9 4 /

শু ভবার্ত া প্ৰচাৰ আৰু আত্মিক যুদ্ধ

ইয়াৰ বাবেই আমি প�োষকতা কৰ�োঁ যে আপুনি পলমকৈ হ�োৱা কাগজ, পৰীক্ষা আৰু প্ৰকল্পৰ বাবে সামান্য পৰিমাণৰ পইণ্ট লিপিৱদ্ধ কৰাৰ কথা চিন্তা কৰক। যদিও আপ�োনাৰ জমা কৰা লিপিৱদ্ধ ন�োট নামমাত্ৰ হ’ব পাৰে , কিন্তু আপ�োনাৰ অধ্যয়নে যি নিয়ম বলবৎ কৰিলে, সেয়ে তেওঁল�োকক পঢ়া-শুনা অব্যাহত ৰখাৰ লগতে সময়ত দক্ষ আৰু সময়মতে নিযুক্ত কাম সিদ্ধ কৰিবলৈ শিকিবৰ বাবে সহায় কৰিব।

Made with FlippingBook Digital Publishing Software